• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ অসম চৰকাৰৰ চিলাৰায় বঁটা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 8, 2020 11:30 am
Bhogeswar Baruah

ভোগেশ্বৰ বৰুৱা

1.1k
VIEWS
Share on FacebookShare on Twitter

অসমৰ প্ৰথম অৰ্জুন বঁটা প্ৰাপক দৌৰবিদ ভোগেশ্বৰ বৰৱালৈ অসম চৰকাৰে চিলাৰায় বঁটা আগবঢ়াইছে ।

এই বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰিছে ক্ৰীড়াবিদ গৰাকীৰ লগতে সমগ্ৰ শিৱসাগৰবাসী।

বঁটা লাভ কৰাৰ খবৰ পোৱাৰ পিছতেই অৰ্জুন ভোগেশ্বৰ বৰুৱাই অসম চৰকাৰক কৃতজ্ঞতা জনোৱাৰ লগতে এই বঁটাৰ বাবে তেওঁক নিৰ্বাচিত কৰাৰা বাবে তেওঁ অত্যন্ত সুখী বুলি জানিবলৈ দিয়ে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালক ধন্যবাদ জ্ঞাপন কৰি বিশিষ্ট ক্ৰীড়াবিদ গৰাকীয়ে অসমত ক্ৰীড়াৰ উত্তৰণৰ বাবে চৰকাৰৰ আৰু কেতবোৰ কৰণীয় আছে বুলি মন্তব্য কৰে।

উল্লেখ যোগ্য যে, গুৱাহাটীত অহা ৯ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’বলগীয়া চিলাৰায় দিৱসত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৰ্জুন ভোগেশ্বৰ বৰুৱাক চিলাৰায় বঁটা প্ৰদান কৰিব।

১৯৪০ চনৰ ৩ ছেপ্তেম্বৰত শিৱসাগৰত জন্মগ্ৰহণ কৰা অৰ্জুন ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনত বেংককত অনুষ্ঠিত এচিয়ান গেমচৰ ৮০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰি ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।

এই সফলতাৰ বাবে ভাৰত চৰকাৰে অৰ্জুন বঁটাৰে সন্মানিত কৰিছিল ভোগেশ্বৰ বৰুৱাক।

বৰুৱাৰ জন্মদিনটো অসম চৰকাৰে প্ৰতিবছৰে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছে।

Recent News

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd