২৩ জন সাহিত্যিকলৈ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন

Assam Literary pension list 2021

অসম চৰকাৰে ২০২১ বৰ্ষৰ সাহিত্যিক পেঞ্চনৰ বাবে ৰাজ্যৰ ২৩ জন বিশিষ্ট সাহিত্যিকৰ এখন তালিকা ঘোষণা কৰিছে।

অহা ৭ ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সাহিত্য অকাডেমী বিজয়ী হোমেন বৰগোহাইনৰ জন্ম জয়ন্তীত পেঞ্চনাৰ সকলক এই সন্মান প্ৰদান কৰা হ’ব।

আজি ধেমাজিত শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে আজি সাহিত্যিক পেঞ্চনাৰ সকলৰ নাম ঘোষণা কৰে।

এই বৰ্ষৰ সাহিত্যিক পেঞ্চনৰ বাবে নিৰ্বাচিতসাহিত্যিক সকল হৈছে-

জ্যোতিলাল চৌধুৰী
ডাঃ অনিল শইকীয়া
কালিনাথ পাংগিং
দিলীপ কুমাৰ শৰ্মা
মাখনলাল বাৰোই
মানিকলাল মাহাতো
বিনোদ ভাগৱতী
উৎপল দত্ত
নবীন বৰুৱা
ৰাজেন্দ্ৰ শৰ্মা
দীপংকৰ ৰঞ্জন কৌৰ
তুষাৰ ক্ৰান্তি সাহা
তপন দাস
নীলমোহন ৰায়
লখিহিৰা দাস
বিশ্বেশ্বৰ বসুমতাৰী
অৰবিন্দ উজিৰ
মঙ্গলসিং বেই
বনেশ্বৰ বসুমতাৰী
ডাঃ মঙ্গল সিং হাজৱাৰী
ৰঞ্জু হাজৰিকা
লক্ষীকান্ত দাস
নবিন মল্ল বড়ো