• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিকিমলৈও আহি আছে বন্দে ভাৰত! ৫ ঘণ্টাত আহি পাব গুৱাহাটী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2024 1:28 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এখনৰ পিছত এখনকৈ আৰম্ভ কৰা হৈছে বন্দে ভাৰত ৰে’লৰ যাত্ৰা। দেশজুৰি বিভিন্ন পথত চলি আছে বন্দে ভাৰত। কিন্তু এইবাৰ সেই তালিকাত ছিকিমকো সংযোজন কৰা হ’ব পাৰে। সেৱক-ৰংপো ৰে’লপথ নিৰ্মাণৰ কাম চলি আছে। তাৰ মাজতে এটা ডাঙৰ খবৰ আহিল। এতিয়া বন্দে ভাৰত ছিকিমতো চলিব পাৰে।

ভাৰতৰ অন্যতম ৰে’ল ছেমি হাই স্পীড ভ্যান এইবাৰ ছিকিমতো চলিব। বিভিন্ন অসুবিধাৰ মাজতে সেৱক-ৰংপো ৰেলপথ নিৰ্মাণৰ কাম অব্যাহত আছে। বাৰে বাৰে আহি আছে বিভিন্ন বাধা। তথাপি কাম চলি আছে। অৱশ্যে ছিকিমৰ প্ৰথমটো ৰে’ল ষ্টেচন অহা বছৰ অৰ্থাৎ ২০২৫ চনৰ আগষ্ট মাহত কাৰ্যক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে। আৰু তাৰপিছতহে ঢাপে ঢাপে বান্দে ভাৰতৰ শুভাৰম্ভ কৰা হ’ব।

লগতে পঢ়কঃ আকৌ ওলাল টকাৰ পাহাৰ! মন্ত্ৰীৰ সচিবৰ পৰিচাৰকৰ ঘৰৰ পৰা উদ্ধাৰ বাণ্ডিলে বাণ্ডিলে টকা

Apply Now

ছিকিমত পাহাৰীয়া ৰে’লপথ। সুৰক্ষাৰ সকলো নিয়ম মানি কাম চলি আছে। কিন্তু বেছিভাগ ক্ষেত্ৰতে ৰে’লপথটো সুৰংগটোৰ মাজেৰে লৈ যোৱা হ’ব। বাটত কেইবাটাও ষ্টেচন থাকিব। আনহাতে এই ৰে’লপথ মুকলি হ’লে পৰ্যটকৰ বাবে যথেষ্ট সুবিধা হ’ব। কাৰণ বৰ্তমান সময়ত নিউ জলপাইগুৰি, বাগডোগ্ৰা বা শিলিগুৰিলৈ যোৱাৰ পিছত পৰ্যটকসকলে মূলতঃ বাছ বা গাড়ীৰে ছিকিমলৈ যাব লগা হয়। বছৰ বছৰ ধৰি এইদৰেই চলি আহিছে। কিন্তু ছিকিমত ৰে’লপথ মুকলি হ’লেই বৈপ্লৱিক পৰিৱৰ্তন হ’ব।

কাৰণ তেতিয়া ছিকিমৰ সৈতে পোনপটীয়াকৈ উত্তৰ ভাৰত আৰু উত্তৰ-পূব ভাৰতলৈ ৰে’ল সংযোগ গঢ়ি তুলিব পৰা যাব। ভাৰতত ৰে’লৱেত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব বন্দে ভাৰতে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগৰ ক্ষেত্ৰত বন্দে ভাৰতে একেলগে এক বৈপ্লৱিক পৰিৱৰ্তন আনিব।

যোৱা বছৰ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণবে ২০২৪ চনৰ ডিচেম্বৰ মাহত ছিকিমত বন্দে ভাৰত আৰম্ভ কৰা হ’ব বুলি কৈছিল। সেৱক-ৰংপো ৰে’লপথৰ কাম-কাজো পৰিদৰ্শন কৰিছিল। সেই সময়ত তেওঁ কাম দেখাৰ পিছত সন্তুষ্টি প্ৰকাশ কৰিছিল। এই প্ৰকল্পত কমেও ১৪টা সুৰংগ আছে। ১৭খন দলং এই প্ৰকল্পৰ অধীনত আছে। খবৰ মতে নাথুলাৰ সৈতেও এই পথেৰে সংযোগ ৰক্ষা কৰিব পৰা যাব।

লগতে পঢ়কঃ টাইটানিক চিনেমাৰ কেপ্তেইন স্মিথ, লৰ্ড অৱ দ্য ৰিংছৰ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান

অৱশ্যে বিভিন্ন কাৰণত এই প্ৰকল্পটোত কিছু সময় লাগিছে। মূলতঃ প্ৰাকৃতিক প্ৰতিকূলতাৰ মাজত কাম কৰিবলগীয়া হৈছে। ইপিনে সকলো ঠিকে থাকিলে বন্দে ভাৰতত ছিকিমৰ পৰা গুৱাহাটীলৈ যাবলৈ মাত্ৰ ৫ ঘণ্টা সময় লাগিব। সম্প্ৰতি এনজেপিৰ পৰা গুৱাহাটীলৈ যায় বন্দে ভাৰত। সময় লাগে চাৰে ৫ ঘণ্টা। কিন্তু এইবাৰ ছিকিম, পশ্চিমবংগ আৰু অসমৰ বাবে নতুন আশাৰ সঞ্চাৰ হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd