• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়লৈ নোযোৱাকৈও NRC-ৰ পুনৰীক্ষণৰ ক্ষমতা আইনগতভাৱে চৰকাৰৰ হাতত আছে : উপমন্যু হাজৰিকা

"সময়ত উপযুক্ত ব্যৱস্থা নোলোৱা বাবেই NRC-খন অসম আন্দোলনৰ বিফলতাৰ দলিল হ’ল"

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 10, 2019 8:51 pm
Upamanyu Hazarika

১০ ছেপ্টেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত দিয়া সংবাদমেলত উপমন্যু হাজৰিকা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সময়ত উপযুক্ত তথা প্ৰয়োজনীয় শুধৰণিৰ ব্যৱস্থা নোলোৱা বাবেই আজি এন আৰ চিখন অসম আন্দোলনৰ বিফলতাৰ দলিল হ’ল বুলি মন্তব্য কৰি তাৰ বাবে চৰকাৰক জগৰীয়া কৰিছে জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই।

হাজৰিকাই আজি গুৱাহাটী প্ৰেছ ক্লাবত এন আৰ চিত ৰৈ যোৱা বিসংগতি সম্পৰ্কত এখন সংবাদমেল দিয়ে।

উচ্চতম ন্যায়ালয়ৰ এজন অধিবক্তা হাজৰিকাই দাবী কৰে যে এন আৰ চি এতিয়াও পুনৰীক্ষণ আৰু শুধৰণি কৰা সম্ভৱ। তাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ কোনো প্ৰয়োজন নাই, সেইটো কৰিবলৈ চৰকাৰক সংবিধানে আইনগত অধিকাৰ দি থৈছে।

“এন আৰ চিৰ পুনৰীক্ষণ ক্ষমতা আইনগতভাৱে চৰকাৰক প্ৰদান কৰা হৈছে। এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ত আবেদন কৰাৰ যি প্ৰস্তুতি চৰকাৰে চলাব বুলি কৈছে তাৰ আচলতে প্ৰয়োজনেই নাই”, হাজৰিকাৰ মন্তব্য।

“এন আৰ চি  প্ৰকাশ হৈছে নাগৰিকত্ব আইনৰ ১৯৫৫-ৰ অধীনত ঘোষিত ( নাগৰিক পঞ্জীয়ন আৰু পৰিচয় পত্ৰ) অধিনিয়ম ২০০৩ অধীনত। এই অধিনিয়মৰ অন্তৰ্গত সমগ্ৰ ভাৰতৰ বাবে এন আৰ চি সংগ্ৰহ কৰা প্ৰক্ৰিয়াৰ ওপৰি  বিশেষ এটা Schedule দ্বাৰা অসমত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া প্ৰকাশ কৰা হৈছে। এন আৰ চি খচৰাৰ ক্ষেত্ৰত ৪ নং দফাৰ অধীনত উপায়ুক্তক পুনৰীক্ষণৰ অধিকাৰ প্ৰদান কৰা হৈছে”, তেওঁ কয়।

যোৱা বছৰৰ ২৮ আগষ্টত উচ্চতম ন্যায়ালয়ে ১০ শতাংশ পুনৰীক্ষণৰ নিৰ্দেশ দিছিল আৰু ৰাজ্য চৰকাৰৰ পুনৰীক্ষণৰ ব্যৱস্থা ল’বলৈ এই দফাৰ অন্তৰ্গত অধিকাৰ সকলো সময়তে আছিল। কিন্তু তাকে নকৰি চূড়ান্ত এন আৰ চি প্ৰকাশৰ প্ৰাকমুহূৰ্তত চৰকাৰে উচ্চতম ন্যায়ালয়ত কোনো তথ্য নিদিয়াকৈ আবেদন কৰিলে, যিখন উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে, হাজেলাৰ দাবী।

“২০০৩ অধিনিয়মৰ ১০নং দফাই এন আৰ চি পঞ্জীয়ন কৰ্তৃপক্ষক অধিকাৰ দিছে যে যিসকল ব্যক্তিয়ে ভুল বা মিছা তথ্য দি এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিছে তেওঁলোকৰ নাম কৰ্তন কৰিব পাৰে”, হাজৰিকাই কয়।

এই দিশবোৰ দৃষ্টিগোচৰ কৰি হাজৰিকাই প্ৰধান মন্ত্ৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ আগবঢ়োৱাৰ কথা সংবাদমেলত জানিবলৈ দিয়ে।

এন আৰ চিয়ে  যিহেতু খিলঞ্জীয়াক সংখ্যালঘু হোৱাৰ পৰা বচাব নোৱাৰে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুয়ো মিলি অতি শীঘ্ৰে আইনৰ ব্যৱস্থা লওক, যাৰ দ্বাৰা ১৯৫১ চনৰ অসমত বসবাস কৰা নাগৰিক আৰু তেওঁলোকৰ সতি-সন্ততিৰ বাবে ভূমি, চাকৰি, ব্যৱসায় ইত্যাদি সংৰক্ষণ হয়। স্মাৰকপত্ৰখনত হাজৰিকাই এইদৰে লিখা বুলি সংবাদমেলত কয়।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd