• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনৰ পৰা আমদানি কৰা টেষ্টিং কিটত বিসংগতি!; কাইলৈ নহয় ৰাজ্যত ক’ৰ’নাৰ ৰেণ্ডম টেষ্ট

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 21, 2020 8:20 pm
index.jpg22
1.1k
VIEWS
Share on FacebookShare on Twitter

ICMR ৰ নিৰ্দেশনা অনুসৰি কাইলৈৰ পৰা দুদিনৰ বাবে ৰাজ্যত নহয় ৰেণ্ডম টেষ্টিং। কাইলৈৰ পৰা মহানগৰীৰ স্পেনিছ গাৰ্ডেন, আঠগাঁও কবৰস্থান আৰু লাহৰিঘাটত ৰেপিড টেষ্টিং কিটৰে  ৰেণ্ডম টেষ্টিং চলোৱাৰ কথা আছিল স্বাস্থ্য বিভাগে।

কিন্তু শেহতীয়াকৈ ICMR ৰ ফালৰ পৰা চীনৰ পৰা ক্ৰয় কৰি অনা ৰেপিড টেষ্টিং কিটৰ ক্ষেত্ৰত কিছু বিসংগতি দেখা পোৱাত আশংকা কৰি দুদিনলৈ ৰেণ্ডম টেষ্টিং বন্ধ ৰখাৰ বাবে কোৱা হৈছিল।

তাৰ পাছতে এই নিৰ্দেশনা মানি ৰাজ্য চৰকাৰে দুদিনলৈ স্থগিত ৰাখিছে এই ৰেণ্ডম টেষ্টিঙৰ ব্যৱস্থা।

উল্লেখযোগ্য যে কাইলৈৰ পৰা চীনৰ পৰা অনা ৯৬০০ টেষ্টিং কিটৰে মহানগৰীৰ স্পেনিছ গাৰ্ডেনত ৫০ টা, আঠগাঁও কবৰস্থানত ২৫ টা, লাহৰিঘাটত ২৫০ টা ৰেণ্ডম টেষ্টিং চলোৱাৰ কথা আছিল।

এই পৰীক্ষা কৰাৰ অন্তত বাকী কিটখিনি মেডিকেল কলেজ আৰু অসামৰিক চিকিৎসালয় সমূহত প্ৰদান কৰা হ’ব বুলিও স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কৈছিল।

উল্লেখযোগ্য যে, ভাৰত চৰকাৰে চীনৰ জোহাই প্ৰদেশৰ digonestics কোম্পানীৰ পৰা লক্ষাধিক কিট ক্ৰয় কৰি আনি তাৰে ৯৬০০ ৰেপিড টেষ্টিং কিট অসমৰ বাবে দিছিল বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

এই টেষ্টিং কিটৰ জৰিয়তে পোন্ধৰ মিনিটৰ ভিতৰত ফলাফল লাভ কৰিব পাৰি।

Tags: COVID-19

Recent News

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভানীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভানীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰিৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰি পত্ৰ আমেৰিকাৰ

গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰিৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰি পত্ৰ আমেৰিকাৰ

অটোচালকৰ টি-চাৰ্টত লিখা আছিল IIM-বেংগালুৰুঃ তাৰপাছত? পঢ়ক এই অণুপ্ৰেৰণাদায়ক কাহিনী

অটোচালকৰ টি-চাৰ্টত লিখা আছিল IIM-বেংগালুৰুঃ তাৰপাছত? পঢ়ক এই অণুপ্ৰেৰণাদায়ক কাহিনী

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd