• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত স্থাপন হ’ব মচলা পৰীক্ষাগাৰ কেন্দ্ৰ

by
September 28, 2021 5:52 pm
Assam Govt to Setup Spices Testing Laboratory in Guwahati
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মচলাৰ উচ্চ পৰীক্ষাৰ বাবে গুৱাহাটীত পৰীক্ষাগাৰ স্থাপন কৰিব অসম চৰকাৰে।

ইতিমধ্যে ৰাজ্য চৰকাৰে পৰীক্ষাগাৰৰ বাবে ভূমি আৱণ্টন কৰাৰ সিদ্ধান্ত লৈছে।

অসমৰ মুখ্যমন্ত্ৰী সিংহ বিশ্ব শৰ্মাই মচলা ব’ৰ্ডৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যখনত মচলা খণ্ডৰ বাবে আন্তঃগাঁথনিগত আৰু উদ্যোগবিকাশৰ প্ৰয়োজনীয়তা সম্পৰ্কেও আলোচনা কৰে।

In a meeting with @Spices_Board, discussed the scope, prospects & potential of spice production in Assam.

Besides allocating a suitable land in Guwahati for setting up a spice quality lab, GoA will also organize a conclave for potential spices’ exporters in Assam. @ATULBORA2 pic.twitter.com/0GJbapjgNN

— Himanta Biswa Sarma (@himantabiswa) September 27, 2021

মছলাৰ গুণগত মানদণ্ডৰ পৰীক্ষাগাৰ স্থাপনৰ বাবে গুৱাহাটীত উপযুক্ত ভূমি আৱণ্টন কৰাৰ উপৰিও অসম চৰকাৰে অসমত সাম্ভাব্য মচলা ৰপ্তানিকৰ্তাসকলৰ বাবে এক সন্মিলনৰ আয়োজন কৰিব।

বৈঠকত কৃষি, উদ্যানশস্য মন্ত্ৰী অতুল বৰা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, কৃষি সচিব বিনোদ চেশান, মচলা ব’ৰ্ডৰ কৰ্মকৰ্তা সকল উপস্থিত আছিল।

Stay Connected

  • 117k Fans

Recent News

এলোপেথী সন্দৰ্ভত ৰামদেৱৰ মন্তব্য : উচ্চতম ন্যায়ালয়ত চূড়ান্ত প্ৰতিবেদন দাখিল ছত্তীশগড় আৰক্ষীৰ

এলোপেথী সন্দৰ্ভত ৰামদেৱৰ মন্তব্য : উচ্চতম ন্যায়ালয়ত চূড়ান্ত প্ৰতিবেদন দাখিল ছত্তীশগড় আৰক্ষীৰ

September 9, 2025 6:30 pm
২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী! আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী! আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

September 9, 2025 6:12 pm
ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

September 9, 2025 5:29 pm
কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

September 9, 2025 5:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এলোপেথী সন্দৰ্ভত ৰামদেৱৰ মন্তব্য : উচ্চতম ন্যায়ালয়ত চূড়ান্ত প্ৰতিবেদন দাখিল ছত্তীশগড় আৰক্ষীৰ

এলোপেথী সন্দৰ্ভত ৰামদেৱৰ মন্তব্য : উচ্চতম ন্যায়ালয়ত চূড়ান্ত প্ৰতিবেদন দাখিল ছত্তীশগড় আৰক্ষীৰ

September 9, 2025 6:30 pm
২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী! আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী! আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

September 9, 2025 6:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd