• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাধীনতা দিৱসত আলফা-এন ডি এফ বিক আলোচনালৈ অহাৰ আহ্বান হাগ্ৰামাৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
August 15, 2019 12:36 pm
Loksabha election: Hagrama campaign in Kokrajhar

হাগ্ৰামা মহিলাৰীৰ ফাইল ফটো

2.3k
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি কোকৰাঝাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মহিলাৰীয়ে চহিদৰ অৱদানক স্মৰণ কৰাৰ লগতে বিদ্ৰোহী গোট আলফা স্বাধীন আৰু এন ডি এফ বিক সসস্ত্ৰ সংগ্ৰামৰ পথ পৰিত্যাগ কৰি আলোচনাৰ মেজলৈ অহাৰ আহ্বান জনায়।

উন্নয়নৰ বাবে এক শান্তিৰ পৰিৱেশৰ প্ৰয়োজন বুলি উল্লেখ কৰি ভাষণত মহিলাৰীয়ে বিগত ১৫ বছৰত বি টি চিৰ প্ৰভূত উন্নয়ন হোৱাৰ লগতে আগন্তুক সময়ছোৱাতো উন্নয়নৰ ধাৰা অব্যাহত থাকিব বুলি সদৰি কৰে।

আনহাতে জন্মু-কাশ্মীৰৰ ক্ষেত্ৰত প্ৰযোজ্য ৩৭০ আৰু ৩৫ (এ) সংবিধানৰ পৰা বাতিল কৰাত প্ৰধান মন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰি চৰকাৰৰ উক্ত সিদ্ধান্তত দেশৰ জনতা আনন্দিত হৈছে বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে।

স্বাধীনতা দিৱসৰ আজিৰ উক্ত কাৰ্যসূচীতে মহিলাৰীয়ে কোকৰাঝাৰ আৰক্ষী, সপ্তম অসম আৰক্ষী বেটেলিয়ন, এন চি চি, স্কাউট এণ্ড গাইড আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰা কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে আৰু বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা কেইবগৰাকী ব্যাক্তিক মানপত্ৰ আৰু আৰনাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

Recent News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ৭৯টা প্ৰজাতিৰ অৰ্কিড

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ৭৯টা প্ৰজাতিৰ অৰ্কিড

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd