• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমগ্ৰ অসমত নিষেধ লালিগুৰ; যোগান বিষয়াৰ মতে নিষিদ্ধকৰণে বাট মোকলাব বিষাক্ত ‘মিথানল’ৰ

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
February 24, 2019 10:47 pm
golaghat-hooch

ফাইল ফটো

427
VIEWS
Share on FacebookShare on Twitter

অসমত সংঘটিত দেশৰ সৰ্বকালৰ অন্যতম বৃহৎ সুৰা ত্ৰাজিদিটোৱে এইপৰ্য্যন্ত প্ৰায় ডেৰশ লোকৰ প্ৰাণ কাঢ়ি লোৱাৰ পিছত সমগ্ৰ ৰাজ্যতে “চুলাই”ৰ প্ৰধান উপকৰণ লালিগুৰ নিষিদ্ধ কৰিছে চৰকাৰে।

জন্তুখাদ্য হিচাপে কোনো ব্যক্তিয়ে লালিগুৰ ব্যৱহাৰ কৰিব খুজিলে জিলা দণ্ডাধীশ বা পশুপালন বিভাগৰ অনুমতি ল’ব লাগিব।

গোলাঘাট আৱৰ্ত ভৱনত গোলাঘাট আৰু যোৰহাট জিলাৰ আবকাৰী বিষয়াসকলৰ সৈতে দেওবাৰে অনুষ্ঠিত উচ্চস্তৰীয় বৈঠকৰ পিছতে এই কথা ঘোষণা কৰিছে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

তাৎপৰ্য্যপূৰ্ণভাৱে এতিয়া লালিগুৰ নিষিদ্ধ কৰি দিয়া নিৰ্দেশটোৰ সম্পূৰ্ণ বিপৰীত নিৰ্দেশ এটা এই চৰকাৰেই যোৱা বছৰ জুন মাহত দিছিল।

“এইটো চৰকাৰৰ দৃষ্টিগোচৰ হৈছে যে অসমৰ খেতিয়ক আৰু ব্যৱসায়ীসকলৰ মাজত ক্ষোভৰ সৃষ্টি কৰি অনৈতিক শক্তিয়ে অকৰ্তৃত্বশীলভাৱে বিভিন্ন ঠাইত গুৰৰ যোগানত বাধা দি আহিছে। গুৰৰ ক্ষেত্ৰত বৰ্তমান কোনো অনুজ্ঞাপত্ৰৰ প্ৰয়োজন, মজুতৰণত সীমাবদ্ধতা আৰু যোগানত বাধা নাই। সেয়ে আপোনালোকক গুৰৰ মুক্ত যোগান নিশ্চিত কৰিবলৈ আৰু সামগ্ৰীবিধৰ আহ-যাহত বাধা দিয়া অনৈতিক ব্যক্তিসকলৰ ওপৰত শক্তিশালী পদক্ষেপ গ্ৰহণৰ বাবে অনুৰোধ কৰা হ’ল,” খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ যুটীয়া সচিবে অসমৰ সকলো আৰক্ষী অধীক্ষকলৈ দিছিল এই নিৰ্দেশটো। নিৰ্দেশটোৰ প্ৰতিলিপি নৰ্থ ইষ্ট নাও-ৰ হাতত মজুত আছে।

আনহাতে লালিগুৰ নিষিদ্ধকৰণে বৰ্তমানৰ ভয়ংকৰ ঘটনাটোৰ দৰে ঘটনাৰ পুনৰাবৃত্তিহে কৰিব বুলি মন্তব্য কৰিছে যোগান বিভাগৰ এজন বিষয়াই।

“অবৈধ সুৰাৰ ব্যৱসায় বন্ধ কৰাৰ উপায় লালিগুৰ নিষিদ্ধকৰণ নহয়। লালিগুৰ যদি নাথাকে, তেন্তে মদ প্ৰস্তুতকৰ্তাসকলে ব্যৱহাৰ কৰিব মিথানল— যিটো অতি বিষাক্ত আৰু শেহতীয়াকৈ শালমিৰা চাহ বাগিচাত সংঘটিত বেদনাদায়ক ঘটনাটো তাৰে ফল,” নাম প্ৰকাশ নকৰাৰ চৰ্তত এই মন্তব্য বিষয়াগৰাকীৰ।

Recent News

ধূমপান নকৰা মহিলাৰ মাজত বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ! জানো আহক ৫টা কাৰণ

ধূমপান নকৰা মহিলাৰ মাজত বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ! জানো আহক ৫টা কাৰণ

খাদ্য খোৱাৰ পাছত মাত্ৰ ২ মিনিট খোজ কাঢ়িলেই পাব আচৰিত ফলাফলঃ নতুন গৱেষণাৰ দাবী

খাদ্য খোৱাৰ পাছত মাত্ৰ ২ মিনিট খোজ কাঢ়িলেই পাব আচৰিত ফলাফলঃ নতুন গৱেষণাৰ দাবী

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd