• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত স্বৰ্ণপদক আঁজুৰিলে অসমৰ পঞ্চীমিতাই

অসমৰ অন্য এক ক্ৰীড়া প্ৰতিভাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সফলতা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 30, 2018 10:17 pm
Panchimita_2

দক্ষিণ আফ্ৰিকাত চলি থকা কমনৱেল্থ কাৰাটেত স্বৰ্ণ জিকা পঞ্চীমিতা বৰদলৈ। ফাইল ফটো।

336
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰ খনত সাফল্যৰ ধাৰাবাহিকতা অব্যহত আছে। এজনৰ পাছত আনজন খেলুৱৈয়ে বিভিন্ন প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰি থকাৰ সময়তে ৰাজ্যখনলৈ আহিছে আন এক সুখবৰ।

বহুকেইজন অসম সন্তানে দৌৰ, বক্সিং, শ্বুটিং আদিত বিশ্বজয়ৰ খিতাপ অনাৰ পিছত এইবাৰ যোৰহাটৰ এগৰাকী কণমানিয়ে কাৰাটেৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৰাজ্যলৈ সুনাম আনিছে।

কালিৰ পৰা দক্ষিণ আফ্ৰিকাৰ ডাৰবানত অনুষ্ঠিত নৱম কমনৱেল্থ কাৰাটে চেম্পিয়নশ্বিপৰ ৩০ কেজি শাখাত শিশু মহিলাৰ কুমিটে ইভেন্টত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে যোৰহাট জিলাৰ মৰিয়নিৰ পঞ্চীমিতা বৰদলৈয়ে। তেওঁৰ দক্ষিণ আফ্ৰিকাৰ প্ৰতিদ্বন্দ্বীগৰাকীক হৰুৱাই এই খিতাপ লাভ কৰে।

মৰিয়নিৰ নগাঢোল বাগানৰ সৌৰভ বৰদলৈ আৰু অভিজিতা বৰদলৈৰ কন্যা পঞ্চীমিতা মৰিয়নিৰ ছেইন্ট এন্থনিছ হাইস্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী।

২০১৩ চনৰ পৰা কাৰাটে শিকি থকা কণমানি পঞ্চীমিতাই মৰিয়নিৰ ত্ৰিদীপ গগৈৰ তত্ত্বাৱধানত কাৰাটেৰ প্ৰশিক্ষণ লৈ আছে।

২০১৭ চনৰ ডিচেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত নেশ্যনেল কাৰাটে ফেডাৰেইশ্যনৰ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ পাছত পঞ্চীমিতাই দক্ষিণ আফ্ৰিকাৰ ডাৰবানত অনুষ্ঠিত এই কমনৱেলথ চেম্পিয়নশ্বিপত খেলাৰ সুযোগ লাভ কৰিছিল।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd