Cabinet Decisions অসমৰ শিক্ষা ব্যৱস্থাত হ’ব আমূল পৰিৱৰ্তন, কেনে পৰিৱৰ্তনৰ সিদ্ধান্ত ল’লে কেবিনেট বৈঠকে?
অসমৰ শিক্ষা ব্যৱস্থাত যথেষ্ঠ পৰিৱৰ্তন সাধন হ’ব। দেশৰ নতুন শিক্ষা নীতিৰ আধাৰত অসমত শিক্ষা ব্যৱস্থাৰ এই পৰিৱৰ্তন সাধন কৰা হ’ব।...
অসমৰ শিক্ষা ব্যৱস্থাত যথেষ্ঠ পৰিৱৰ্তন সাধন হ’ব। দেশৰ নতুন শিক্ষা নীতিৰ আধাৰত অসমত শিক্ষা ব্যৱস্থাৰ এই পৰিৱৰ্তন সাধন কৰা হ’ব।...
ধলপুৰ-গৰুখুটিত মানৱতাৰ অপমৃত্যু ঘটিছে। গৰুখুটিত এতিয়া কেৱল হাহাকাৰ, হুমুনিয়াহ আৰু চকুপানীৰে ভৰা পৰিবেশ দেখা গৈছে। কণ কণ শিশুসহ উচ্ছেদিত জনতাই...
অসমত বিজেপিয়ে দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰি ৰাজ্যখনৰ ১ লাখ নিবনুৱাক চাকৰি প্ৰদানৰ আশ্বাস দিছে। কিন্তু একে সময়তে চৰকাৰৰ এটা বিভাগৰ...
শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এক বিস্ফোৰক মন্তব্যই এতিয়া ৰাজ্যজুৰি তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে। নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক সাক্ষাৎকাৰত...
২০১৯ চনৰ ডিচেম্বৰ মাহ। অসমত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰৱল গণ আন্দোলন চলিছিল। ১২ ডিচেম্বৰৰ সন্ধিয়া গুাৱাহাটীৰ লাচিত নগৰত সেই...
সোমবাৰে অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথমটো দিনতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিধায়কৰ ক্ষমতাক লৈ কৰা শেহতীয়া মন্তব্যৰ বিৰুদ্ধে সদনৰ বাহিৰত বিৰোধী...
পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন মুখ্য মন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহ। মঙলবাৰে জন্মস্থান নলবাৰী জিলাৰ বেলশৰৰ শিঙিমাৰীত বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ...
ৰঙালী বিহুৰ বতৰতে অসমবাসীৰ বাবে আহিছে এটা ভাল খবৰ। একাদশ দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱ, ২০২১ৰ বাবে মনোনয়ন লাভ কৰিছে...
কোভিডৰ সংক্ৰমণৰ মাজতে অনুষ্ঠিত হোৱা অসম বিধান সভাৰ অধিৱেশনত আজি গৃহীত হ’ল অসম চৰকাৰী ভাষা সংশোধনী বিধেয়ক, ২০২০। ধ্বনি ভোটত...
অৱশেষত নিশ্চিত হ’ল অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালাৰ স্থিতি। মঙলবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব দুয়োগৰাকী প্ৰাক্তন কংগ্ৰেছীয়ে। মঙলবাৰে হেঙেৰাবাৰীস্থিত ৰাজ্যিক...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd