• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক কঠোৰতম শাস্তি বিহাৰ দাবী সদৌ অসম আইন ছাত্ৰ সন্থাৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 16, 2020 6:45 am
WhatsApp Image 2020-06-13 at 4.58.53 AM

নুনমাটিৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাঁচজনৰ ভিতৰৰ চাৰিজন অভিযুক্ত। ফটো: নৰ্থইষ্ট নাও

1.6k
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান সময়ত ৰাজ্যত সংঘটিত হৈ থকা গণপ্ৰহাৰজনিত হত্যাৰ ঘটনাত ভুক্তভোগী সকলৰ ন্যায় প্ৰদানৰ স্বাৰ্থত আৰু তেখেত সকলৰ মানৱ অধিকাৰ খৰ্বৰ বিৰোধিতা কৰি সদৌ অসম আইন ছাত্ৰ সন্থাই মানৱ অধিকাৰ আয়োগত আজি সোমবাৰে এক গোচৰ তৰে৷

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞাপ্তি যোগে এই কথা জনাই সদৌ অসম আইন ছাত্ৰ সন্থাৰ সহ সাধাৰণ সম্পাদক মৃন্ময় কলিতাই৷

বৰ্তমান সময়ত ৰাজ্যত সংঘটিত হৈ থকা গণপ্ৰহাৰজনিত হত্যাই অসমৰ জনসাধাৰণক বাৰুকৈ শংকিত কৰি তুলিছে৷ এই ঘটনা সমূহে মানৱ অধিকাৰ তীব্ৰভাবে উলংঘা কৰিছে বুলি বিবৃতি যোগে  প্ৰকাশ কৰে৷

WhatsApp Image 2020-06-15 at 5.58.06 PM

 

আজি মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ ন্যায়ধীশ টি ভেইফেইৰ হাতত অসম আইন ছাত্ৰ সন্থাই গোচৰ পত্ৰ অৰ্পণ কৰে আৰু বৰ্তমান সংঘটিত হৈ থকা এই হত্যা ৰোধৰ বাবে মানৱ অধিকাৰ আয়োগক অনুৰোধ জনাই বুলি জানিব দিয়ে কলিতাই৷

ইপিনে মৃন্ময় কলিতাই কয়, ‘চৰকাৰ তথা গৃহ বিভাগক ৰাজ্যত সংঘটিত গণপ্ৰহাৰজনিত হত্যাসমূহৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছো৷ যাতে আগন্তুক সময়ত এনে ধৰণৰ অমানৱীয় কাম কৰিবলৈ ভয় কৰে।’

ইয়াৰ লগতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত শেহতীয়াকৈ সংঘটিত হোৱা ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ লগত জড়িত সকলোকে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ সন্থাই দাবী জনায়৷

Recent News

ভাৰতত ৬ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা

ভাৰতত ৬ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা

ঈদ-উল-জুহাত অবৈধ গৰু বধৰ অভিযোগত অসমত ১৬ জন গ্ৰেপ্তাৰ

ঈদ-উল-জুহাত অবৈধ গৰু বধৰ অভিযোগত অসমত ১৬ জন গ্ৰেপ্তাৰ

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd