• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশীয় সুৰাক লৈ চৰকাৰৰ বিৰুদ্ধে বিধানসভাত আক্ৰমণাত্মক কংগ্ৰেছ : সদন স্থগিত ৰখাৰ নিৰ্দেশ অধ্যক্ষৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2019 12:00 pm
Assam assembly summer session: Flood, NRC to be main issues

অসম বিধানসভাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট আৰু গোলাঘাট জিলাত বিষাক্ত সুৰাপান কৰি ডেৰশতাধিক লোকৰ মৃত্যু হোৱা প্ৰসংগক লৈ আজি উত্তাল হৈ পৰে অসম বিধানসভাৰ মজিয়া। বিৰোধী দল কংগ্ৰেছে সদনৰ ভিতৰত প্লেকাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনে অধ্যক্ষক সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি  বিধানসভা স্থগিত ৰখাৰ প্ৰস্তাৱ দিয়ে। প্ৰথম অৱস্থাত বিধানসভাৰ অধ্যক্ষই ৰকিবুল হুছেইনৰ এই প্ৰস্তাৱ অগ্ৰাহ্য কৰে যদিও বিৰোধী দল সমূহৰ প্ৰতিবাদৰ বাবে ১০.৩০ বজালৈ সদন স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে।

আনহাতে, ঘটনা সন্দৰ্ভত আজি বিধান সভাৰ অধ্যক্ষই সকলো ৰাজনৈতিক দলৰ দলপতিৰে সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হ’ব।

উল্লেখযোগ্য যে, কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আজি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যথেষ্ট আক্ৰমণাত্মক হৈ পৰে। বিশেষ কাৰ্য্যসূচী লৈ ডিমা হাচাও ভ্ৰমণলৈ যোৱা হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কত মন্তব্য কৰি কুৰ্মীয়ে ‘স্বাস্থ্য মন্ত্ৰীক মাতক, বিজেপিয়ে মানুহ মাৰিছে কংগ্ৰেছে মৰা নাই’ বুলি ক্ষোভ উজাৰে।

ৰূপজ্যোতি কুৰ্মীৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দি চৰকাৰী পক্ষৰ মন্ত্ৰী পল্লৱলোচন দাসে ঘটনা সংঘটিত স্থানৰ পৰা কোন দলৰ জনপ্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰিছে বুলি ওলোটাই প্ৰশ্ন কৰাৰ লগতে ৰাজনীতি বিজেপিয়ে নহয় কংগ্ৰেছেহে কৰিছে বুলি মন্তব্য কৰে।

গোলাঘাট আৰু যোৰহাটত সংঘটিত ঘটনাক অতিশয় দুৰ্ভাগ্যজনক আখ্যা দি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে স্পৰ্শকাতৰ বিষয়টোত ৰাজনীতি নকৰি মানৱীয় দৃ্‌ষ্টিভংগীৰে সদনৰ মজিয়াত আলোচনা হ’ব লাগে বুলি কয়। ধিং সমষ্টিৰ এ আই য়ু ডি এফৰ বিধায়ক আমিনুল ইছলামে বিধানসভাৰ সকলো কাৰ্য্যসূচী বাতিল কৰি বিষাক্ত সুৰাৰ ওপৰত চৰ্চা কৰাৰ বাবে অধ্যক্ষৰ ওচৰত দাবী জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd