• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাছিয়াত আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ অসমৰ লাভলিনাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 1, 2019 7:20 pm
Lovlina Bargohain

লাভলিনা বৰগোহাঁই

795
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ ২১ বৰ্ষীয় প্ৰতিভাৱান মহিলা বক্সাৰ তথা অসম সন্তান লাভলিনা বৰগোহাঁয়ে ৰাছিয়াত চলি থকা ‘মাগোমেদ চালাম উমাখানোভ মেম’ৰিয়েল আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা’ৰ ৬৯ কিলোগ্ৰাম শাখাত ছেমিফাইনেলত প্ৰৱেশ কৰিছে।

লাভলিনাই কোৱাৰ্টাৰ ফাইনেলত ৰাছিয়াৰ আনাষ্টাচিয়া চিগেভাক ৫-০ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশৰ পথ প্ৰশস্ত কৰে।

ছেমিফাইনেলত লাভলিনাই বেলাৰুচৰ শক্তিশালী প্ৰতিদ্বন্দী এলিনা ভেবেৰৰ মুখামুখি হ’ব।

লাভলিনাই ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা ইণ্ডিয়ান অ’পেন বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল।

আনহাতে, ভিয়েটনামত ২০১৭ চনত অনুষ্ঠিত হোৱা এচিয়ান বক্সিং চেম্পিয়নশ্বিপত লাভলিনাই ব্ৰঞ্জৰ পদক দখল কৰিছিল।

তদুপৰি, প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ২০১৮ চনত মংগোলিয়াত অনুষ্ঠিত হোৱা উলানবাটাৰ কাপ আৰু পোলেণ্ডত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চিলেচিয়ান চেম্পিয়নশ্চিপত ক্ৰমে ৰূপৰ পদক আৰু ব্ৰঞ্জৰ পদক দখল কৰবলৈ সক্ষম হৈছিল।

লাভলিনাই ২০১৮ চনৰ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হোৱা এ আই বি এ মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক দখল কৰে।

অসমৰ খেলুৱৈগৰাকীৰ আন্তঃৰাষ্ট্ৰীয় বক্সিং জগতত উত্থানে ৰাজ্যবাসীলৈ আনন্দৰ বাৰ্তা কঢ়িয়াই আনিছে।

Recent News

সৰভোগৰ শালিখেতিৰ পথাৰত ধূলি উৰিছে; পটল-জিকাসহ পাচলিৰ দাম প্ৰতি কেজিত ৫-৬ টকালৈ নামিছে

সৰভোগৰ শালিখেতিৰ পথাৰত ধূলি উৰিছে; পটল-জিকাসহ পাচলিৰ দাম প্ৰতি কেজিত ৫-৬ টকালৈ নামিছে

সন্ধানহীন হোৱাৰ ৬ দিনৰ মূৰত যমুনাত উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী, ত্ৰিপুৰাৰ যুৱতীৰ মৃতদেহ

সন্ধানহীন হোৱাৰ ৬ দিনৰ মূৰত যমুনাত উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী, ত্ৰিপুৰাৰ যুৱতীৰ মৃতদেহ

লৰ্ডছত দ্বিতীয় ইনিংছত দ্ৰুত ৪টা উইকেট হেৰুৱালে ভাৰতে; জয়ৰ বাবে আৰু ১৩৫ ৰানৰ প্ৰয়োজন

লৰ্ডছত দ্বিতীয় ইনিংছত দ্ৰুত ৪টা উইকেট হেৰুৱালে ভাৰতে; জয়ৰ বাবে আৰু ১৩৫ ৰানৰ প্ৰয়োজন

এইবাৰ লণ্ডনত উৰণৰ মাত্ৰ কেইমুহূৰ্তমানৰ পিছতে ভাঙি পৰিল বিমান! ৰাণৱেৰ ওচৰতে বিস্ফোৰণ

এইবাৰ লণ্ডনত উৰণৰ মাত্ৰ কেইমুহূৰ্তমানৰ পিছতে ভাঙি পৰিল বিমান! ৰাণৱেৰ ওচৰতে বিস্ফোৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd