• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ওড়িশা ৰে’ল ট্ৰেজেডী: জীৱিত অৱস্থাত উদ্ধাৰ ৪৮ ঘণ্টা ধৰি ধ্বংসাৱশেষৰ তলত থকা অসমৰ যুৱক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2023 3:16 pm
433
VIEWS
Share on FacebookShare on Twitter

ওড়িশাৰ বালাছোৰত ৰে’ল দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ ধ্বংসাৱশেষৰ তলৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে অসমৰ এজন ৩৫ বছৰীয়া যুৱকক।

দুলাই মজুমদাৰ নামৰ অসমৰ যুৱকজনক কমেও দুদিন ধৰি ধ্বংসাৱশেষৰ তলত থকাৰ পিছত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

শুকুৰবাৰে দুৰ্ঘটনা সংঘটিত হোৱা কৰমণ্ডল এক্সপ্ৰেছত আছিল মজুমদাৰ।

সংঘৰ্ষ ঘটাৰ পিছতে তেওঁ ৰে’লৰ পৰা ছিটিকি ওলাই পৰে আৰু ট্ৰেকৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত গৈ পৰি ৰয়। সংকটজনক অৱস্থাত তেওঁক উদ্ধাৰ কৰে।

মজুমদাৰক প্ৰথমতে ছ’ৰ’ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও পিছত তেওঁৰ অৱস্থাৰ অৱনতি ঘটাৰ পিছত তেওঁক বালাছোৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।

ওড়িশাৰ বালাছোৰত শালমাৰ-চেন্নাই ক’ৰ’মণ্ডল এক্সপ্ৰেছ, বেংগালুৰু-হাওৰা ছুপাৰ ফাষ্ট আৰু এখন মালবাহী তিনিখন ৰে’লৰ দুৰ্ঘটনাত কমেও ২৭৫ জন লোকৰ মৃত্যু হয়।

Recent News

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

কোভিডৰ পিছত অভাৱনীয় হাৰত বাঢ়িছে হাৰ্ট এটেক আৰু ষ্ট্ৰোকত মৃত্যুৰ হাৰ : আৰ টি আইত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

কোভিডৰ পিছত অভাৱনীয় হাৰত বাঢ়িছে হাৰ্ট এটেক আৰু ষ্ট্ৰোকত মৃত্যুৰ হাৰ : আৰ টি আইত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

মৰিগাঁও আদালতৰ ঐতিহাসিক ৰায়: POCSO আইনৰ অধীনত অপৰাধীক ২০ বছৰৰ কঠোৰ কাৰাদণ্ড

মৰিগাঁও আদালতৰ ঐতিহাসিক ৰায়: POCSO আইনৰ অধীনত অপৰাধীক ২০ বছৰৰ কঠোৰ কাৰাদণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd