• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত অতুল বৰাৰ কেইবা কোটী টকীয়া ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন

উত্তম শইকীয়া by উত্তম শইকীয়া
August 10, 2019 9:54 pm
ফটো নৰ্থ-ইষ্ট নাও

ফটো নৰ্থ-ইষ্ট নাও

1.2k
VIEWS
Share on FacebookShare on Twitter

কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই বৰাই আজি বোকাখাতৰ ৰাজহুৱা খেলপথাৰত অসম চৰকাৰৰ স্বাক্ষৰ প্ৰকল্পৰ অধীনত ৭৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এখন উন্নতমানৰ ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

ক্ৰীড়াৰ সকলো দিশ সামৰি ‘সৃষ্টি’ নামৰ এক অভিযান্ত্ৰিক গোটে এই অভিলাষী প্ৰকল্পৰ প্ৰাক কলন আৰু নক্সা প্ৰস্তুত কৰিছে।

‘সদ্যহতে আমি ১০ কোটি টকাৰ অনুমোদন পাইছো যদিও সৰ্বাংগ সুন্দৰ ৰূপত বোকাখাতৰ অত্যাধুনিক খেল গঢ়ি তুলিবৰ বাবে আমাক আৰু ধনৰ প্ৰয়োজন হ’ব, এই সম্পৰ্কত আমি অসম চৰকাৰক জনাইছো আৰু আশ্বাসো লাভ কৰিছো’ অতুল বৰাই কয়।

অনুষ্ঠানত মহকুমাধিপতি বিবেক শ্যাম আৰু জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ শইকীয়াই নিজৰ ভাষনত বোকাখাতৰ সংহত ক্ৰীড়া প্ৰকল্পৰ বিষয়ে সবিশেষ ডাঙি ধৰে।

উল্লেখযোগ্য যে এই প্ৰকল্পৰ অধীনত ক্ৰীড়া প্ৰকল্পৰ লগতে ভালে সংখ্যক বিপনীও নিৰ্মাণ কৰা হ’ব য’ত স্থানীয় নিৱনুৱা যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন লাভ কৰিব পাৰিব।

আজিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰাক্তন বিধায়ক বলোভদ্ৰ তামুলী, গোলাঘাটৰ জিলা ক্ৰীড়া বিষয়া মনোৰমা দাস, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, অগপৰ বোকাখাত জিলা সভাপতি জগত কলিতা, বিজেপিৰ জিলা সভাপতি জিতেন শৰ্মা, অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি পৰীক্ষিত দত্ত আৰু বোকাখাত জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে।

আনহাতে উক্ত অনুষ্ঠানৰ উপৰিও বোকাখাতৰ ছোৱালী স্কুলৰ খেলপথাৰ উন্নয়ণৰ বাবে অনুমোদিত ২০ লাখ টকাৰ আঁচনিৰো আজি শুভাৰম্ভ কৰে মন্ত্ৰী অতুল বৰাই।

Recent News

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd