• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিষেধাজ্ঞাৰ বিপৰীতে দিপাৱলীত ফটকা ফুটাই আনন্দ-উল্লাস কৰিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

সেউজ ন্যায়াধীকৰণ আৰু ৰাজ্য চৰকাৰে ফটকাৰ ক্ষেত্ৰত অনা নিষেধাজ্ঞাৰ বিপৰীত স্থিতিত হিমন্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 10, 2020 8:24 pm
52361828(1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সেউজ ন্যায়াধীকৰণ আৰু ৰাজ্য চৰকাৰে আতচবাজিৰ ক্ষেত্ৰত নিষেধাজ্ঞা অনাৰ বিপৰীতে দিপাৱলীত ফটকা ফুটাই হিন্দু ধৰ্মাৱলম্বী লোকসকলক আনন্দ-উল্লাস কৰিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

টুইটাৰযোগে এই কথা জনাইছে মন্ত্ৰীগৰাকীয়ে।

‘অন্য ধৰ্মৰ দৰে হিন্দু ধৰ্মাৱলম্বী লোকৰো উৎসৱ উদযাপন কৰাৰ অধিকাৰ আছে। কোভিড পৰিস্থিতি উন্নত হোৱাৰ বাবে আমি দিপাৱলী উদযাপনত কোনোধৰণৰ নিষেধাজ্ঞা বা বাধ্যবাধকতা ৰাখিব বিচৰা নাই। সকলোৱে ফটকাও ব্যৱহাৰ কৰিব পাৰিব।‘ টুইটযোগে এইদৰে লিখে মন্ত্ৰীগৰাকীয়ে।

🎉 Like any other religion, Hindus have the right to celebrate festivals. With improvement in #COVID19 situation in Assam,we plan no restrictions on celebration of #Diwali including use of #Firecrackers.

However, kindly remember, self-restraint is key to combat #COVID19

— Himanta Biswa Sarma (@himantabiswa) November 10, 2020

অৱশ্যে, সকলোকে নিজকে সুৰক্ষিত কৰি ৰখাটোৱেই কোভিডৰ পৰা পৰিত্ৰাণ পোৱাৰ মূল চাবি-কাঠি বুলি মন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে, আজি অসম চৰকাৰে দিপাৱলীৰ সময়ত ৰাজ্যত ফটকা নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

দিপাৱলীৰ সময়ত ফটকা ব্যৱহাৰ নকৰিবৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে দিয়া নিৰ্দেশ পালন কৰি অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল।

ইয়াৰোপৰি, কোভিডৰ সংক্ৰমণৰ সময়ত প্ৰদূষণ সৃষ্টি নকৰাৰ উদ্দেশ্যে অসম চৰকাৰে গুৱাহাটীত ৩০ নৱেম্বৰ পৰ্যন্ত ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰত বাধা আৰোপ কৰিছিল।

লগতে অসম চৰকাৰে ৰাজ্যখনৰ নাগৰিকসকলক দিপাৱলীৰ দিনটোত ৮ বজাৰ পৰা ১০ বজালৈ প্ৰদূষণ সৃষ্টি নকৰা ফুলজাৰি ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাইছিল।

এই নিৰ্দেশনাৰ পাছত মন্ত্ৰীগৰাকীয়ে বিপৰীত স্থিতি গ্ৰহণ কৰি সকলোকে ফটকা ফুটাই আনন্দ উল্লাস কৰিবলৈ আহ্বান জনোৱাটোৱেই সকলোকে আশ্চৰ্য্য কৰি তুলিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

September 8, 2025 4:56 pm
অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জাতীয় গণ মঞ্চৰ

অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জাতীয় গণ মঞ্চৰ

September 8, 2025 4:47 pm
উদ্বোধনৰ পূৰ্বে  ৯৯.৭% বিশুদ্ধ বাঁহৰ ইথানল সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম নুমলীগড় জৈৱ শোধনাগাৰ

উদ্বোধনৰ পূৰ্বে ৯৯.৭% বিশুদ্ধ বাঁহৰ ইথানল সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম নুমলীগড় জৈৱ শোধনাগাৰ

September 8, 2025 4:15 pm
দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব চিপিআই(এম)ৰ সাধাৰণ সম্পাদক এম এ বেবী

দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব চিপিআই(এম)ৰ সাধাৰণ সম্পাদক এম এ বেবী

September 8, 2025 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

September 8, 2025 4:56 pm
অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জাতীয় গণ মঞ্চৰ

অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জাতীয় গণ মঞ্চৰ

September 8, 2025 4:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd