• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিহু কমিটিৰ বিৰুদ্ধে গোচৰ তৰাৰ ভাবুকি নিৰ্বাচনত হাজাৰ হাজাৰ জনতাক পিছত ঘূৰাই ফুৰা মন্ত্ৰী হিমন্তৰ

বিনা ভয়ে সহস্ৰাধিক জনতা লৈ সভা পতা হিমন্তই দিলে কোভিড প্ৰট'কল নমনা বিহু সমিতিৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ হুংকাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 15, 2021 4:44 pm
index.jpgv
570
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনৰ সময়ত হাজাৰ হাজাৰ জনতাক সমবেত কৰাৰ লগতে নিজৰ পিছে পিছে দৌৰাই ফুৰা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীগৰাকী নিৰ্বাচন শেষ হোৱাৰ পিছতে কোভিড প্ৰটক’ল সম্পৰ্কে হুঁচ অহাৰ পৰিলক্ষিত হৈছে।

নিৰ্বাচনৰ পূৰ্বে কোভিডভিতিলৈ কেৰেপ নকৰা মন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাৰ চলিত বিহুৰ সময়ত হঠাতে যেন কোভিডভিতিত সন্ত্ৰস্ত হৈ পৰিছে।

আজি তেনে এক ইংগিতকে বহন কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে বিহু কমিটিসমূহলৈ এক কাঢ়া সতৰ্ক বাণী প্ৰেৰণ কৰিছে।

মন্ত্ৰীগৰাকীয়ে আজি কয় যে ১১.৩০ বজাৰ পিছতো যিসমূহ বিহু কমিটিয়ে বিহু বন্ধ নকৰি বিহুৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী অব্যাহত ৰাখিব সেইসমূহ বিহু সমিতিয়ে আগন্তুক তিনি চাৰি বছৰলৈ আদালতলৈ দৌৰি থাকিবলৈ সাজু হৈ থাকিব লাগিব।

অৰ্থাৎ মন্ত্ৰীগাৰাকীয়ে নিশা ১১.৩০ বজাৰ পিছলৈ বিহু উদযাপন কৰি থকা সকলো বিহু কমিটিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ হুংকাৰ প্ৰদান কৰিছে।

“আইন নমনা বিহু সমিতি সমূহৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ’ব। টিভিত ১১:৩০ বজাৰ পাছত যাকে দেখা যায় সকলোৰে বিৰুদ্ধে গোচৰ ৰুজু হ’ব।” বিহু কমিটিসমূহক উদ্দেশ্যি মন্ত্ৰী শৰ্মাই এইদৰে কয়।

অৱশ্যে বিহুৰ সময়ত কঠোৰ হোৱা নাই বুলিও মন্তব্য কৰিছে মন্ত্ৰী শৰ্মাই। সকলো বিহু কমিটিক আইন মানি চলি ১১ বজাৰ ভিতৰত বিহু শেষ কৰিবলৈ আহ্বান জনায়। অৰ্থাৎ নিয়ম মালি চলা বিহু কমিটিৰ বিৰুদ্ধে নৰম হোৱাৰ ইংগিতো প্ৰদান কৰিছে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ কৰিব লাগিব যে যোৱা ৬ এপ্ৰিলৰ পাছৰ পৰাহে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোভিডক লৈ অধিক চিৰিয়াছ হোৱা পৰিলক্ষিত হৈছে। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়ত যিগৰাকী মন্ত্ৰীয়ে অসমত মাস্ক পিন্ধাৰ প্ৰয়োজন নাই বুলি দাবী কৰিছিল সেই মন্ত্ৰীগৰাকী হঠাৎ বিহু কমিটিৰ বিৰুদ্ধে কঠোৰ হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

যি হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত হাজাৰ হাজাৰ জনতা লৈ সভা সমিতি অনুষ্ঠিত কৰিলে বা কোভিডৰ সংক্ৰমণৰ কথা চিন্তা নকৰিলে সেই মন্ত্ৰীজন হঠাৎ কোভিড প্ৰট’কলক লৈ তৎপৰ হৈ পৰাত ৰাজ্যৰ সচেতন মহলে মিশ্ৰিত প্ৰকিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে।

Recent News

ভাৰতৰ তৃতীয়খন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত ত্ৰিপুৰা

ভাৰতৰ তৃতীয়খন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত ত্ৰিপুৰা

ভাৰতৰ প্ৰায় অর্ধাংশ বিদ্যুৎ উৎপাদন হয় অজীৱাশ্ম ইন্ধনৰ উৎসৰ পৰা! প্ৰকাশ পাইছে চৰকাৰী তথ্যত  

ভাৰতৰ প্ৰায় অর্ধাংশ বিদ্যুৎ উৎপাদন হয় অজীৱাশ্ম ইন্ধনৰ উৎসৰ পৰা! প্ৰকাশ পাইছে চৰকাৰী তথ্যত  

‘‘প্ৰেমৰ বাবে হত্যাকাণ্ড, নে আন ৰহস্য?’’ ৰাজা ৰঘুবংশী হত্যা কাণ্ড সন্দৰ্ভত প্ৰশ্ন উত্থাপন     ভ্রাতৃ বিপিনৰ

‘‘প্ৰেমৰ বাবে হত্যাকাণ্ড, নে আন ৰহস্য?’’ ৰাজা ৰঘুবংশী হত্যা কাণ্ড সন্দৰ্ভত প্ৰশ্ন উত্থাপন ভ্রাতৃ বিপিনৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd