• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহু কমিটিৰ বিৰুদ্ধে গোচৰ তৰাৰ ভাবুকি নিৰ্বাচনত হাজাৰ হাজাৰ জনতাক পিছত ঘূৰাই ফুৰা মন্ত্ৰী হিমন্তৰ

বিনা ভয়ে সহস্ৰাধিক জনতা লৈ সভা পতা হিমন্তই দিলে কোভিড প্ৰট'কল নমনা বিহু সমিতিৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ হুংকাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 15, 2021 4:44 pm
index.jpgv
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ সময়ত হাজাৰ হাজাৰ জনতাক সমবেত কৰাৰ লগতে নিজৰ পিছে পিছে দৌৰাই ফুৰা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীগৰাকী নিৰ্বাচন শেষ হোৱাৰ পিছতে কোভিড প্ৰটক’ল সম্পৰ্কে হুঁচ অহাৰ পৰিলক্ষিত হৈছে।

নিৰ্বাচনৰ পূৰ্বে কোভিডভিতিলৈ কেৰেপ নকৰা মন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাৰ চলিত বিহুৰ সময়ত হঠাতে যেন কোভিডভিতিত সন্ত্ৰস্ত হৈ পৰিছে।

Apply Now

আজি তেনে এক ইংগিতকে বহন কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে বিহু কমিটিসমূহলৈ এক কাঢ়া সতৰ্ক বাণী প্ৰেৰণ কৰিছে।

মন্ত্ৰীগৰাকীয়ে আজি কয় যে ১১.৩০ বজাৰ পিছতো যিসমূহ বিহু কমিটিয়ে বিহু বন্ধ নকৰি বিহুৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী অব্যাহত ৰাখিব সেইসমূহ বিহু সমিতিয়ে আগন্তুক তিনি চাৰি বছৰলৈ আদালতলৈ দৌৰি থাকিবলৈ সাজু হৈ থাকিব লাগিব।

অৰ্থাৎ মন্ত্ৰীগাৰাকীয়ে নিশা ১১.৩০ বজাৰ পিছলৈ বিহু উদযাপন কৰি থকা সকলো বিহু কমিটিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ হুংকাৰ প্ৰদান কৰিছে।

“আইন নমনা বিহু সমিতি সমূহৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ’ব। টিভিত ১১:৩০ বজাৰ পাছত যাকে দেখা যায় সকলোৰে বিৰুদ্ধে গোচৰ ৰুজু হ’ব।” বিহু কমিটিসমূহক উদ্দেশ্যি মন্ত্ৰী শৰ্মাই এইদৰে কয়।

অৱশ্যে বিহুৰ সময়ত কঠোৰ হোৱা নাই বুলিও মন্তব্য কৰিছে মন্ত্ৰী শৰ্মাই। সকলো বিহু কমিটিক আইন মানি চলি ১১ বজাৰ ভিতৰত বিহু শেষ কৰিবলৈ আহ্বান জনায়। অৰ্থাৎ নিয়ম মালি চলা বিহু কমিটিৰ বিৰুদ্ধে নৰম হোৱাৰ ইংগিতো প্ৰদান কৰিছে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ কৰিব লাগিব যে যোৱা ৬ এপ্ৰিলৰ পাছৰ পৰাহে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোভিডক লৈ অধিক চিৰিয়াছ হোৱা পৰিলক্ষিত হৈছে। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়ত যিগৰাকী মন্ত্ৰীয়ে অসমত মাস্ক পিন্ধাৰ প্ৰয়োজন নাই বুলি দাবী কৰিছিল সেই মন্ত্ৰীগৰাকী হঠাৎ বিহু কমিটিৰ বিৰুদ্ধে কঠোৰ হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

যি হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত হাজাৰ হাজাৰ জনতা লৈ সভা সমিতি অনুষ্ঠিত কৰিলে বা কোভিডৰ সংক্ৰমণৰ কথা চিন্তা নকৰিলে সেই মন্ত্ৰীজন হঠাৎ কোভিড প্ৰট’কলক লৈ তৎপৰ হৈ পৰাত ৰাজ্যৰ সচেতন মহলে মিশ্ৰিত প্ৰকিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am
কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am
কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd