• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাৰ মাজতে সুখবৰ; ৰাজ্যৰ কৃষি আৰু পশুপালন বিভাগত হ’ব বৃহৎ নিযুক্তি

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 23, 2020 6:31 pm
8.8k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত ৰাজ্যৰ নিবনুৱা সকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ কৃষি আৰু পশু পালন বিভাগে।

জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত এই মন্তব্য কৰে কৃষি তথা পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই ৷

কৃষি তথা পশুপালন দুয়োটা বিভাগতে ৰাজপ্ৰতিত বিষয়াৰ লগতে তৃতীয় বৰ্গ, কনিষ্ঠ অভিযন্তা, সহকাৰী অভিযন্তা, কৃষি উন্নয়ন বিষয়াৰ লগতে ক্ষেত্ৰ সহায়ক আৰু চতুৰ্থ বৰ্গৰ পদত নতুনকৈ নিযুক্তি দিব বুলি জনাই মন্ত্ৰী বৰাই ৷

“কৃষি বিভাগত নতুনকৈ  তৃতীয় বিভাগত   ১৯২০জন,কণিষ্ঠ অভিযন্তা ৪২ জন,সহকাৰী অভিযন্তা ১২ জন, কৃষি উন্নয়ন বিষয়া ১১৩ জন নিযুক্তি দিয়াৰ লগতে চতুৰ্থ বৰ্গতো বহু কেইজনক নতুনকৈ নিযুক্তি দিয়া হ’ব,” অতুল বৰাই কয়।

ইপিনে, পশুপালন বিভাগত ৰাজপ্ৰতিত বিষয়া ১৭ গৰাকী, তৃতীয় বৰ্গত ৩১ গৰাকী, ক্ষেত্ৰ সহায়ক পদত ২২৪ গৰাকী, চতুৰ্থ বৰ্গত ৮৬ গৰাকী লোকক নতুনকৈ নিযুক্তি দিয়া হ’ব বুলিও কয় বৰাই ৷

আনহাতে, সংবাদ  মেলত বৰাই কয়ে, প্ৰলয়ংকাৰী বানত ২৭ খন জিলা বানত আক্ৰান্ত হোৱাৰ লগতে ১০,৫৩১ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে।  ৯ লাখ ৯৫ হাজাৰ ২৬০ জন খেতিয়ক বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে চলিত বানপানীত।

তদুপৰি, বানপানীৰ ফলত বহু সংখ্যক পশুধনৰ ক্ষতি হোৱা বুলি উল্লেখ কৰি বৰাই বানপানীত ২২ লাখ ৮৫০ টা  পশুধনৰ ক্ষতিহোৱাৰ লগতে ১৪ লাখ ৩৯ হাজাৰ ৩১৮ টা হাঁহ-কুকুৰা ক্ষতি হৈছে বুলিও কয়।

বৰ্তমান সময়লৈ আত্মসহায়ক গোটৰ জৰিয়তে কৃষকৰ মাজত ১০ হাজাৰ ট্ৰেক্টৰ বিতৰণ কৰা হোৱাৰ লগতে ২৭ হাজাৰ পাৱাৰটিলাৰ বিতৰণ কৰা হৈছে বুলি জানিব দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

Recent News

৩ আগষ্টত অনুষ্ঠিত হ’ব NEET PG পৰীক্ষা; উচ্চতম ন্যায়ালয়ে দিলে অনুমতি

৩ আগষ্টত অনুষ্ঠিত হ’ব NEET PG পৰীক্ষা; উচ্চতম ন্যায়ালয়ে দিলে অনুমতি

চকলেট চুৰিৰ অপৰাধত ৫জন ল’ৰাক উলংগ কৰি হাৰাশাস্তি! গ্ৰেপ্তাৰ তিনিজনক

চকলেট চুৰিৰ অপৰাধত ৫জন ল’ৰাক উলংগ কৰি হাৰাশাস্তি! গ্ৰেপ্তাৰ তিনিজনক

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

অভিনেতা ডিনো ম’ৰেয়াৰ বাসগৃহত অভিযান প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান

অভিনেতা ডিনো ম’ৰেয়াৰ বাসগৃহত অভিযান প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd