• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সীমা বিবাদ: অসম-মিজোৰামে স্বাক্ষৰ কৰিলে যুটীয়া বিবৃতিত, সংঘাত দূৰীকৰণত সহমত

 এন ই নাও নিউজ by এন ই নাও নিউজ
August 5, 2021 5:49 pm
asp
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম-মিজোৰাম সীমা সমস্যাকলৈ আজি মিজোৰামৰ ৰাজধানী আইজলত অনুষ্ঠিত দুয়ো খন ৰাজ্যৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ পিছতে দুয়ো ৰাজ্যৰ প্ৰতিনিধিয়ে এক যুটীয়া বিবৃতিইত স্বাক্ষৰ কৰে।

আইজল ক্লাবত অনুষ্ঠিত বৈঠকত এইবুলি সুদ্ধান্ত লোৱা হয় যে সীমা সমস্যা সন্দৰ্ভত দুয়োখন ৰাজ্যই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ কাষ চাপিব আৰু গৃহ মন্ত্ৰালয়ে দিয়া বিধান মানি ল’ব।

Govt. of Assam & Govt. of Mizoram successfully signed a Joint Statement today after deliberations at Aizawl. Both governments agree to take forward Ministry of Home Affairs' initiatives to remove prevailing tensions and to find lasting solutions through discussions. pic.twitter.com/W3H8buNrj9

— CM Office Mizoram (@CMOMizoram) August 5, 2021

বৈঠকত অসমৰ হৈ অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰা আৰু অশোক সিংঘালে। মিজোৰামৰ হৈ অংশ লয় ৰাজ্য খনৰ গৃহ মন্ত্ৰী লালচামলিয়ানাই।
বৈঠকৰ পিছত দুয়োখন ৰাজ্যইজাৰি কৰা বিবৃতিত ২৬ জুলাইত মিজোৰাম সীমান্তত প্ৰাণাহুতি দিয়া অসম আৰক্ষীৰ জোৱান কেইজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰা হয়।

With great optimism from both sides, we held our discussion with the Home Minister of Mizoram @Lalchamliana12 Ji & other officials on resolving the #AssamMizoramBorder issue.

This is in continuation of the discussion initiated by HCM @himantabiswa Ji & HCM @ZoramthangaCM Ji. pic.twitter.com/PenArct5x3

— Ashok Singhal (@TheAshokSinghal) August 5, 2021

লগতে আহতসকলৰ দ্ৰুত আৰোগ্যও কামনা কৰা হয়।দুয়োখন ৰাজ্যই সীমান্তত শান্তি বাহাল ৰক্ষাৰ প্ৰসংগত সহমত ব্যক্ত কৰে।

শান্তিৰ স্বাৰ্থতে সীমান্ত অঞ্চললৈ দুয়োখন ৰাজ্যই আৰক্ষী আৰু বন বিভাগৰ কোনো লোককে প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লৈছে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

August 15, 2025 1:05 pm
দেশজুৰি হ্ৰাস পাব কৰৰ বোজা! স্বাধীনতা দিৱসত জি এছ টি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

দেশজুৰি হ্ৰাস পাব কৰৰ বোজা! স্বাধীনতা দিৱসত জি এছ টি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

August 15, 2025 12:26 pm
দেশজুৰি এইমছ এৰি গুচি গৈছে চিকিৎসকসকল! ২০২২-২৪ চনত এই সংখ্যা ৪০০ৰো অধিক

দেশজুৰি এইমছ এৰি গুচি গৈছে চিকিৎসকসকল! ২০২২-২৪ চনত এই সংখ্যা ৪০০ৰো অধিক

August 15, 2025 11:26 am
জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

August 15, 2025 10:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

August 15, 2025 1:05 pm
দেশজুৰি হ্ৰাস পাব কৰৰ বোজা! স্বাধীনতা দিৱসত জি এছ টি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

দেশজুৰি হ্ৰাস পাব কৰৰ বোজা! স্বাধীনতা দিৱসত জি এছ টি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

August 15, 2025 12:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd