• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তি: ১০ মাৰ্চৰ পৰা পাব এডমিট কাৰ্ড ||সবিশেষ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2020 7:41 pm
AssamPolice_Recruitment-1024x615
7.9k
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তিৰ বাবে হ’ব লগা শাৰীৰিক মাপ আৰু যোগ্যতা পৰীক্ষাৰ এডমিট কাৰ্ড ১০ মাৰ্চৰ পৰা উপলব্ধ হ’ব।

২৫/০৪/২০১৮ তাৰিখত প্ৰকাশিত বিজ্ঞাপন আৰু ১৯/১২/২০১৯ৰ জাননী/ সংযোজনৰ অধীনত এই পৰীক্ষা অনুষ্ঠিত হ’ব।

এই সম্পৰ্কীয় বিভাগীয় ৱেবছাইট www.slprbassam.inত পি এছ টি (Physical Standard Test) আৰু পি ই টি (Physical Eligibility Test)ৰ এডমিট কাৰ্ড উপলব্ধ হ’ব।

বাতৰি মতে, পি এছ টিত প্ৰাৰ্থীসকলৰ উচ্চতা, ওজনকে আদি কৰি শাৰীৰিক আৰু স্বাস্থ্যৰ পৰীক্ষা লোৱা হ’ব।

পি ই টিত ৪০ নম্বৰ থাকিব আৰু তাত দৌৰ আৰু লং জাম্পৰ পৰীক্ষা লোৱা হ’ব।

এডমিট কাৰ্ড ডাউনল’ড কৰাত অসুবিধা পোৱাসকলে 6913649611 নম্বৰত ফোন নাইবা 7636071991ত হোৱাটছএপ কৰিব পাৰিব।

অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে www.slprbassam.in ৱেবছাইট দৰ্শন কৰিব পাৰে। 

Recent News

গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড! পৰকীয়া প্ৰেমৰ বাবেই পত্নী ৰূপালীক পংকজে দি আহিছিল শ্ল’ পয়জন

গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড! পৰকীয়া প্ৰেমৰ বাবেই পত্নী ৰূপালীক পংকজে দি আহিছিল শ্ল’ পয়জন

মধ্যপ্ৰদেশত লোমহৰ্ষক ঘটনা : জামু খাবলৈ নিয়াৰ চলেৰে ৪ বছৰীয়া ভগ্নীক ধৰ্ষণ ১৮ বছৰীয়া কিশোৰৰ

মধ্যপ্ৰদেশত লোমহৰ্ষক ঘটনা : জামু খাবলৈ নিয়াৰ চলেৰে ৪ বছৰীয়া ভগ্নীক ধৰ্ষণ ১৮ বছৰীয়া কিশোৰৰ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বন্ধ হ’ল হিমন্তৰ বৃক্ষধ্বংসৰ অভিযান ; আমবাৰী-দীঘলীপুখুৰীৰ আৰু এডালো গছত দিব নোৱাৰিব হাত

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বন্ধ হ’ল হিমন্তৰ বৃক্ষধ্বংসৰ অভিযান ; আমবাৰী-দীঘলীপুখুৰীৰ আৰু এডালো গছত দিব নোৱাৰিব হাত

এইকেইখন জিলাত আজি হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ!

এইকেইখন জিলাত আজি হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd