• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম আৰক্ষীৰ জালত দুটা চাইবাৰ অপৰাধী চক্ৰ

এনই নাও নিউজ, গুৱাহাটী by এনই নাও নিউজ, গুৱাহাটী
March 8, 2025 7:43 pm
86
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশ সীমান্তৰ ওচৰৰ এখন গাঁৱত দুটা বৃ্হৎ ক্ৰিপ্ট’কাৰেঞ্চি কেলেংকাৰী ঘটনা পোহৰলৈ অহিছে। অসম আৰক্ষীয়ে মাত্ৰ তিনিদিনৰ ভিতৰত দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ পুলিচে পাঁচগৰাকী ব্যক্তিক এই প্ৰবঞ্চনামূলক কাৰ্যকলাপ চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

এই কেলেংকাৰী দুটাৰ নাম আছিল RSN Crypto Currency Token আৰু Crypto TLC 2.0, যিয়ে বিনিয়োগকাৰীসকলক AI-চালিত Forex ট্ৰেডিংৰ জৰিয়তে প্ৰতি মাহত ৬% লাভৰ প্ৰতিশ্ৰুতি দিছিল।

জেৰাৰ সময়ত গ্ৰেপ্তাৰ হোৱা অভিযুক্তই কয় যে ১ লাখতকৈও অধিক লোকে এই কেলেংকাৰীত ২২০ কোটি টকাৰ অধিক বিনিয়োগ কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি এই প্ৰবঞ্চকসকলে PhonePe, Paytm, আৰু Binance (এটা ক্ৰিপ্ট’কাৰেঞ্চি এক্সচেঞ্জ)ৰ দৰে অনলাইন পেমেণ্ট এপ ব্যৱহাৰ কৰি ভাৰতীয় টকা আমেৰিকান ডলাৰ ট’কেনলৈ ৰূপান্তৰিত কৰিছিল, যি পিছত অজ্ঞাত আন্তৰ্জাতিক সংস্থালৈ পঠোৱা হৈছিল।

৪ মাৰ্চত, উপ-নিদৰ্শক জয়ন্ত ৰাজখোৱাৰ নেতৃত্বত পুলিচৰ এটা দলে এই প্ৰবঞ্চনাৰ সৈতে জড়িত টুমনি সিমলাকান্দি গাঁৱৰ ২৬ বছৰীয়া আখেৰুজ্জামান আহমেদ আৰু ২৭ বছৰীয়া নুৰ আলম আহমেদক গ্ৰেপ্তাৰ কৰে। লগতে আৰক্ষীয়ে ঘটনাৰ সৈতে সম্পৰ্কিত কেইবাটাও মোবাইল ফোন, লেপটপ, আৰু কাগজপত্ৰ জব্দ কৰে।

আৰক্ষীয়ে  হিমাচল প্ৰদেশত ৫০০ কোটি টকাৰ প্ৰবঞ্চনাত জড়িত থকা ডুবাইৰ লেভিছ চৌধুৰীৰ সৈতে তেওঁলোকৰ সম্পৰ্ক থকা বুলি নিশ্চিত হৈছে। অভিযুক্তসকলে গুৱাহাটীৰ এখন ৰিজৰ্টত চৌধুৰী আৰু আন সদস্যৰ সৈতে সাক্ষাৎ কৰিছিল বুলি আৰক্ষীৰ সূত্ৰই সদৰী কৰিছে।

গৃহ মন্ত্ৰণালয়ৰ ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (I4C)ই তদন্তত সহায় কৰি আছে, আৰু আৰক্ষীয়ে ইয়াৰ লগত জড়িত থকা বাকী সকলকো বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে।

১ মাৰ্চত, আন এটা দলৰ তিনিগৰাকী ব্যক্তি ক্ৰমে আছাদুল ইছলাম (২৫), হাছানুৰ জামান (২৮), আৰু কোবাদ আলী মোল্লা (২৮)—একেধৰণৰ প্ৰবঞ্চনাৰ সৈতে জড়িত হৈ গ্ৰেপ্তাৰ হৈছিল। তেওঁলোকে দক্ষিণ শালমাৰা আৰু ওচৰৰ মেঘালয়ৰ ২,০০০তকৈও অধিক লোকক ‘RSN’ নামৰ ভুৱা ক্ৰিপ্ট’ ট’কেনত কমেও ৫০,০০০ টকা বিনিয়োগ কৰিবলৈ উচতনি দিছিল। অভিযুক্তসকলে প্ৰতি মাহত প্ৰতি একাউণ্টত ১,০০০-২,০০০ টকাৰ বিনিময়ত চাইবাৰ অপৰাধীসকলক তেওঁলোকৰ বেংক একাউণ্ট ভাড়ালৈ দিয়া বুলিও আৰক্ষীৰ জেৰাত পোহোৰলৈ  আহিছে।

Recent News

মণিপুৰত ৰাজ্যপালক স্মাৰক পত্ৰ দিবলৈ যোৱা প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ: আহত ৭ গৰাকী মহিলা

মণিপুৰত ৰাজ্যপালক স্মাৰক পত্ৰ দিবলৈ যোৱা প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ: আহত ৭ গৰাকী মহিলা

ক্লাছেনৰ ‘ক্লাছ’ত মুগ্ধ অনুৰাগী! মৰ্যাদাৰ যুঁজত হায়দৰাবাদৰ বিধ্বংসী ইনিংছৰ সন্মুখত ধৰাশায়ী কলকাতা

ক্লাছেনৰ ‘ক্লাছ’ত মুগ্ধ অনুৰাগী! মৰ্যাদাৰ যুঁজত হায়দৰাবাদৰ বিধ্বংসী ইনিংছৰ সন্মুখত ধৰাশায়ী কলকাতা

পঞ্জাৱৰ হোছিয়াৰপুৰত আম্বেদকাৰৰ প্ৰতিমূৰ্তিত আঘাত, অপমান; এজন যুৱকক গ্ৰেপ্তাৰ

পঞ্জাৱৰ হোছিয়াৰপুৰত আম্বেদকাৰৰ প্ৰতিমূৰ্তিত আঘাত, অপমান; এজন যুৱকক গ্ৰেপ্তাৰ

এই ৭ টা খাদ্য কেতিয়াও আপোনাৰ কেঁচুৱাক নিদিব! কি কি আছে এই তালিকাত?

এই ৭ টা খাদ্য কেতিয়াও আপোনাৰ কেঁচুৱাক নিদিব! কি কি আছে এই তালিকাত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd