• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী জিলা পুথিভঁৰালত বিশেষ সভা, ‘জ্ঞান গান্ধৈ’ শীৰ্ষক প্ৰাচীৰ পত্ৰিকা উন্মোচন

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
August 8, 2025 7:40 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ইং ০৮/০৮/২৫ তাৰিখে গুৱাহাটী জিলা পুথিভঁৰালত এখন বিশেষ সভা অনুষ্ঠিত হৈ যায় । সাংস্কৃতিক পৰিক্ৰমা আৰু পুথিভঁৰালৰ সঞ্চালক প্ৰশান্ত বৰুৱাই মুখ্য ব্যক্তি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানভাগত  “জ্ঞান-গান্ধৈ” নামেৰে এখন প্ৰাচী পত্ৰিকা উন্মোচন কৰে ।

সমীৰণ সপোনে আঁত ধৰা সভাখনত জিলা পুথিভঁৰালৰ গ্ৰন্থাগাৰিক শ্ৰীযুত নৱজ্যোতি ডেকাই উদ্দেশ্য ব্যাখ্যা কৰি কয় যে,  ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ অন্তৰ্গত পাঠ্যক্ৰমৰ অনুসৰি চতুৰ্থ ষাণ্মাসিকৰ শিক্ষাৰ্থী সকলৰ এশ নম্বৰৰ মূল্যাংকন অনুসৰি মুঠ বিশ দিনীয়া ইণ্টাণৰ্শ্বিপৰ শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰা আৰু পুথিভঁৰালৰ পঢ়ুৱৈ সমাজৰ লেখনিৰে শ্ৰীযুত ববিতা পেগুৰ দ্বাৰা সম্পাদনা কৰা “জ্ঞান-গান্ধৈ” প্ৰাচী পত্ৰিকা খন উন্মোচন কৰা ।

Apply Now

ইয়াৰ উপৰিও সভাত উপস্থিত থাকে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অৰ্থনৈতিক বিভাগৰ মুৰব্বী অধ্যাপক, ড০ বেদব্ৰত শইকীয়া, সহযোগী অধ্যাপক, ড০ উন্মিলন কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাহিত্য সম্পাদক তথা শিক্ষয়িত্ৰী অঞ্জু প্ৰভা কলিতা, গ্ৰন্থাগাৰৰ শ্ৰেষ্ঠ পঢ়ুৱৈ সন্মান লাভ কৰা পংকজ শৰ্মা, জনজিৎ গোস্বামী,শিশু পুথিভঁৰালৰ গ্ৰন্থাগাৰিক জাহ্নৱী শইকীয়া ।

জিলা পুথিভঁৰালৰ সহযোগী গ্ৰন্থাগাৰিক হীৰেন কলিতাৰ তত্বাৱধানত গ্ৰন্থগাৰ পৰিচালনা কেনেকৈ কৰে এই বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয় অন্তগত  প্ৰায় বহুকেইখন কলেজৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । ইয়াৰে ভিতৰত সন্দিকৈ ছোৱালী মহাবিদ্যালয়,আৰ্য্য মহাবিদ্যালয়,গুৱাহাটী কৰ্মাচ  কলেজ,গুৱাহাটী কলেজ,কানৈ কলেজ উল্লেখনীয় । কিতাপৰ অধ্যয়ন কেনেকৈ কৰা উচিত আৰু গ্ৰন্থগাৰৰ বিশাল পৰিসৰৰ বিষয় ওপৰত শিক্ষাৰ্থী সকলৰ সৈতে এক গঠনমূলক আলোচনা আৰু মত-বিনিময় অনুষ্ঠানো হয় ।

উক্ত অনুষ্ঠানত প্ৰশিক্ষিত শিক্ষাৰ্থী সকলক মানপত্ৰ আৰু গ্ৰন্থ টোপোলা প্ৰদান কৰি অনুষ্ঠান ভাগ  সামৰণি মৰা হয় ।

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

September 19, 2026 3:03 pm
জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd