• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গাড়ী চুৰিৰ ঘটনাৰ সৈতে জড়িত ৫জন নগা যুৱকক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2019 11:01 am
car-thief-750x375

প্রতিনিধিত্বমূলক ফটো

195
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীয়ে শনিবাৰে মৰিগাঁও আৰক্ষী থানাত পঞ্জীয়ন হৈ থকা এটা গাড়ী চুৰিৰ গোচৰত জড়িত থকাৰ অভিযোগত গোলাঘাটত নাগালেণ্ডৰ ৫জন যুৱকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নগা যুৱককেইজনক বিটো কাট্টি, কিমিয়াটো ছুৱ’, এবেট’ ঝিম’, নাগাটো আৱমি আৰু হেকাটো ছমি বুলি চিনাক্ত কৰা হৈছে।

অসম আৰক্ষীৰ সূত্ৰসমূহৰ মতে গ্ৰেপ্তাৰ হোৱাৰ সময়ত যুৱককেইজনে মৰিগাঁওৰ  পৰা চুৰি হোৱা এখন কাৰ ক্ৰয় কৰিবলৈ গোলাঘাটলৈ আহিছিল। মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জানিবলৈ দিয়া অনুসৰি পূৰ্বে গ্ৰেপ্তাৰ হোৱা তিনিজন ব্যক্তিৰ স্বীকাৰোক্তিৰ পাছতেই নাগালেণ্ডৰ পৰা যুৱক পাঁচজনক গ্ৰেপ্তাৰ কৰাটো সম্ভৱ হ’ল।

উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে মৰিগাঁওত গ্ৰেপ্তাৰ কৰা আন তিনিজন ব্যক্তিক নব দাস, আছাদুল ৰহমান আৰু ৰাণা ভট্ট বুলি চিনাক্ত কৰা হৈছে।

মৰিগাওঁৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে অসমত গাড়ী চোৰৰ সৈতে এটা আন্ত:ৰাজ্যিক চক্ৰ জড়িত হৈ আছে। তেওঁ লগতে কয় যে মৰিগাঁওত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা তিনিজনে গাড়ীখন চোৰ কৰি নাগালেণ্ডৰ যোগাযোগকাৰীক গোলাঘাটত গাড়ীখন বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰিছিল।

আৰক্ষী অধীক্ষক ডেকাই লগতে প্ৰকাশ কৰে যে উক্ত ধৃত তিনিজনে মৰিগাঁও আৰক্ষীক গোলাঘাটৰ সেই স্থানলৈ লৈ আনিছিল য’ত আৰক্ষীয়ে গাড়ী কিনিবলৈ অহা যুৱকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Recent News

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd