• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ্ৰীণ ফিল্ড এয়াৰপোৰ্ট নিৰ্মাণৰ নামত বিজেপি চৰকাৰৰ মিথ্যাচাৰিতা: সমালোচনাত মুখৰ প্ৰদেশ কংগ্ৰেছ

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
June 4, 2022 7:50 pm
Dolu tea garden
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে গ্ৰীণ ফিল্ড এয়াৰপোৰ্ট নিৰ্মাণৰ নামত গ্ৰহণ কৰা মিথ্যাচাৰিতা এক আৰ টি আই ৰিপৰ্টে উদঙাই দিয়াৰ পাছতে আজি চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য।

আজি এক সংবাদমেল অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই গ্ৰীণ ফিল্ড এয়াৰপোৰ্ট নিৰ্মাণৰ নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ নিকৃষ্ট যড়যন্ত্র RTI যোগে ফাদিল হোৱা বুলি উল্লেখ কৰি চৰকাৰক জবাবদিহি কৰে।

গ্ৰীণ ফিল্ড এয়াৰপোৰ্ট নিৰ্মাণৰ নামত ডলু চাহ বাগিছাত অসম চৰকাৰে চলোৱা উচ্ছেদ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ শ্ৰমিকৰ ভৱিষ্যতকলৈ হেতালি খেলিছে বুলি অভিযোগ কৰে।

কাৰ স্বাৰ্থত কোনো ধৰণৰ অনুমতি নোহোৱাকৈ বিশাল আৰক্ষী আৰু অৰ্দ্ধসামৰিক বাহিনীক ব্যৱহাৰ কৰি এখন উৎপাদন হৈ থকা লাভজনক চাহ বাগিচাত অমানুষিক ভাৱে উচ্ছেদ অভিযান চলোৱা হ’ল বুলিও চৰকাৰক প্ৰশ্ন কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই।

সংবাদ মেলত তেওঁ কয়, “কোন পুঁজিপতি বণিয়াৰ স্বাৰ্থত এনে পৰিকল্পিত ষড়যন্ত্র কৰা হৈছে? এখন RTI ৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক পৰিবহন বিভাগে স্পষ্টকৈ জনাইছে যে শিলচৰত গ্ৰীণ ফিল্ড এয়াৰপোৰ্ট নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কোনো ধৰণৰ প্ৰস্তাবেই নাই।”

কোনো ধৰণৰ পৰিকল্পনা নথকাৰ পিছতো চৰকাৰে ডলু চাহ বাগিছাত চলোৱা উচ্ছেদ সন্দৰ্ভত তেওঁ কাছাৰ জিলা প্ৰশাসনে, আৰক্ষী বিভাগে কাৰ স্বাৰ্থত বাগিচাত উচ্ছেদ চলাইছিল বুলি প্ৰশ্ন উত্থাপন কৰে।

অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই কয় যে নীতিগত ভাৱে “Site Clearance” নোপোৱাকৈ এনে উচ্ছেদ চলোৱা অনুচিত। কিন্তু তথাপি উচ্ছেদ চলাই ৩০ লাখ চাহ গছ উভালি পেলোৱা হ’ল। আৰক্ষীয়ে আইন উলংঘা কৰি বুলড’জাৰ চলাই শ্রমিকৰ ঘৰ পৰ্যন্ত ভাঙি পেলালে।

বৰাকৰ জনগণক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে এইদৰে ষড়যন্ত্ৰমূলকভাৱে প্ৰৱঞ্চনা কৰিলে বুলি মন্তব্য কৰি ভট্টাচাৰ্য্যই লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো বণিয়াৰ স্বাৰ্থত এনে নিকৃষ্ট কাম কৰিছে বুলিও অভিযোগ কৰে।

উল্লেখ্য যে গ্ৰীণ ফিল্ড এয়াৰ প’ৰ্ট নিৰ্মাণৰ পৰিকল্পনাৰ অজুহাত দেখুৱাই অসম চৰকাৰে ডলু চাহ বাগিছাৰ এক বৃহৎ অংশ উচ্ছেদ কৰিছিল। চৰকাৰৰ এই স্বৈৰাচ্ছাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

উচ্ছেদৰ বিৰোধিতাৰে ডলু চাহ বাগিছাৰ লগতে সমগ্ৰ ৰাজ্যতে চাহ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু এনে প্ৰতিবাদৰ পিছতো গা লৰা নাছিল অসম চৰকাৰৰ।

কিন্তু এতিয়া এয়াৰপ’ৰ্ট অৰ্থৰিটি অৱ ইণ্ডিয়াই প্ৰকাশ কৰা এই ৰিপ’ৰ্টে ডলু চাহ বাগিছাত কোনো এয়াৰপ’ৰ্ট নিৰ্মাণ নহয় বুলি নিশ্চিত কৰিছে। কিন্তু এয়াৰপ’ৰ্ট নিৰ্মাণৰ কোনো পৰিকল্পনা নথকাৰ পাছতো অসম চৰকাৰে মিথ্যাচাৰিতাৰ আশ্ৰয় লৈ এইদৰে ভুৱা প্ৰচাৰ কিয় চলাইছিল সেই লৈ সন্দেহৰ সৃষ্টি হৈছে।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ বাসগৃহত আক্ৰমণ! আক্ৰমণকাৰীক গ্ৰেপ্তাৰ নিৰাপত্তাৰক্ষীৰ

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ বাসগৃহত আক্ৰমণ! আক্ৰমণকাৰীক গ্ৰেপ্তাৰ নিৰাপত্তাৰক্ষীৰ

August 20, 2025 11:10 am
অজিৎ বৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মাৰক বক্তৃতাৰ আয়োজন

অজিৎ বৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মাৰক বক্তৃতাৰ আয়োজন

August 20, 2025 10:19 am
বন্ধ হ’ব অনলাইন বেটিং : আৰ্থিক জালিয়াতি বন্ধ কৰিবলৈ নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

বন্ধ হ’ব অনলাইন বেটিং : আৰ্থিক জালিয়াতি বন্ধ কৰিবলৈ নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

August 20, 2025 9:03 am
ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

August 20, 2025 8:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ বাসগৃহত আক্ৰমণ! আক্ৰমণকাৰীক গ্ৰেপ্তাৰ নিৰাপত্তাৰক্ষীৰ

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ বাসগৃহত আক্ৰমণ! আক্ৰমণকাৰীক গ্ৰেপ্তাৰ নিৰাপত্তাৰক্ষীৰ

August 20, 2025 11:10 am
অজিৎ বৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মাৰক বক্তৃতাৰ আয়োজন

অজিৎ বৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মাৰক বক্তৃতাৰ আয়োজন

August 20, 2025 10:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd