• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আধাতে স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত অসম, লাজ লাগিব লাগিছিল মুখ্যমন্ত্ৰীয়ে : আপ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 22, 2025 7:56 pm
আধাতে স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত অসম, লাজ লাগিব লাগিছিল মুখ্যমন্ত্ৰীয়ে : আপ
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উন্নয়ন হৈছে উন্নয়ন হৈছে বুলি প্ৰতিটো বিষয়তে ডাংকোপ মাৰি থকা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে লাজ পাব লাগিছিল ৷ এই তীৰ্যক মন্তব্য আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সংগঠন) ৰাজীব শইকীয়াৰ ৷

কালি লোকসভাৰ মজিয়াত কেন্দ্ৰেীয় শিক্ষামন্ত্ৰীয়ে আধাতে বিদ্যালয় এৰা ক্ষেত্ৰত অসমৰ স্থান দ্বিতীয়ত বুলি ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ শৈক্ষিক মহলক উদ্বিগ্ন কৰি তুলিছে বুলি মত প্ৰকাশ কৰে আপৰ নেতাজনে ৷

এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে ৰাজহুৱা বিবৃতি দিব লাগে বুলি দাবী কৰে আপৰ নেতাজনে ৷ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন কৰি তেওঁ কয় যে, অসমক ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম পাঁচখন ৰাজ্যৰ এখন হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা মুখ্যমন্ত্ৰীৰ সেই সপোনৰ অসমখন ক’ত আৰু  কেতিয়া অসমৰ ৰাইজে দেখিবলৈ পাব ? যোৱা ৯ টা বছৰত ৰাজ্যত সাত হাজাৰখন চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়াৰ কাৰ্যই অসমৰ শিক্ষা খণ্ড কেনেদৰে চলিছে তাক প্ৰমাণ কৰে বুলি আম আদমি পাৰ্টীৰ নেতাজনে আঙুলিয়াই দিছে ৷

অসমৰ শিক্ষা ব্যৱস্থা বিজেপি চৰকাৰৰ পৰিকল্পনাৰ দ্বাৰা আশা কৰিব পৰা নাযায় বুলি অভিযোগ কৰি ৰাজীব শইকীয়াই আম আদমি পাৰ্টীৰ দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ পৰা কেনেকৈ বিশ্বমানৰ শিক্ষা ব্যৱস্থা গঢ় দিব পাৰি তাৰ শিক্ষা ল’বলৈ আম আদমি পাৰ্টীয়ে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আহ্বান জনায় ৷

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত নিৰপেক্ষ তদন্ত হওক’- এইবাৰ উচ্চতম ন্যায়ালয়ত ‘ভোট চুৰি’ সন্দৰ্ভত গোচৰ

‘এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত নিৰপেক্ষ তদন্ত হওক’- এইবাৰ উচ্চতম ন্যায়ালয়ত ‘ভোট চুৰি’ সন্দৰ্ভত গোচৰ

August 21, 2025 10:52 am
‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

August 21, 2025 9:48 am
কঁপিব শত্ৰু! ওড়িশাত ‘অগ্নি ৫’ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা

কঁপিব শত্ৰু! ওড়িশাত ‘অগ্নি ৫’ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা

August 21, 2025 9:24 am
মাহেকীয়াৰ ওপৰত মানসিক চাপৰ প্ৰভাৱ হ’ব পাৰে গুৰুতৰ, ৫টা লক্ষণ দেখা পালে হ’ব সাৱধান

মাহেকীয়াৰ ওপৰত মানসিক চাপৰ প্ৰভাৱ হ’ব পাৰে গুৰুতৰ, ৫টা লক্ষণ দেখা পালে হ’ব সাৱধান

August 21, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত নিৰপেক্ষ তদন্ত হওক’- এইবাৰ উচ্চতম ন্যায়ালয়ত ‘ভোট চুৰি’ সন্দৰ্ভত গোচৰ

‘এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত নিৰপেক্ষ তদন্ত হওক’- এইবাৰ উচ্চতম ন্যায়ালয়ত ‘ভোট চুৰি’ সন্দৰ্ভত গোচৰ

August 21, 2025 10:52 am
‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

August 21, 2025 9:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd