• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত নিৰপেক্ষ তদন্ত হওক’- এইবাৰ উচ্চতম ন্যায়ালয়ত ‘ভোট চুৰি’ সন্দৰ্ভত গোচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2025 10:52 am
160
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ভোট চুৰি’ৰ বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ত পালেগৈ। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উত্থাপন কৰা ভোট চুৰিৰ অভিযোগ নিৰপেক্ষভাৱে তদন্ত কৰিব লাগে। এই দাবীক লৈ দেশৰ শীর্ষ আদালতত গোচৰ ৰুজু কৰা হৈছে৷ প্ৰয়োজন হ’লে উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশৰ নেতৃত্বত বিশেষ তদন্তকাৰী দল গঠন কৰিবলৈ দাবী জনাইছে।

ৰোহিত পাণ্ডে নামৰ এজন অধিবক্তাই উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ ৰুজু কৰিছে। তেওঁৰ মতে, ৭ আগষ্টত ৰাহুল গান্ধীয়ে উত্থাপন কৰা অভিযোগ এনেকুৱা যে ভাৰতীয় গণতন্ত্ৰৰ ভেটি কঁপাই তুলিব পাৰে। অভিযোগ সঁচা হ’লে সেয়া এক বৃহৎ অপৰাধমূলক ষড়যন্ত্ৰ। কৰ্ণাটকৰ এটা কেন্দ্ৰত বিজেপি-নিৰ্বাচন আয়োগে যৌথভাৱে ভোটাৰ তালিকাত কেনেদৰে হেতালি খেলিছিল সেয়া ৰাহুলে দেখুৱাইছে। এই অভিযোগ সন্দৰ্ভত নিৰপেক্ষ তদন্ত নোহোৱালৈকে আদালতে নিৰ্দেশ দিব লাগে যে নিৰ্বাচন আয়োগে এছ আই আৰ সন্দৰ্ভত কোনো ধৰণৰ অগ্ৰগতি বা চূড়ান্ত সিদ্ধান্ত ল’ব নোৱাৰে।

Apply Now

যোৱা ৭ আগষ্টত ৰাহুলে ভোটাৰ তালিকা দাখিল কৰি ভুৱা ভোটাৰ সন্দৰ্ভত এজাক অভিযোগ উত্থাপন কৰিছিল। ভোটাৰ জালিয়াতি ছয় প্ৰকাৰৰ বুলি দাবী কৰে লোকসভাৰ বিৰোধী নেতাই। আনকি ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো কংগ্ৰেছ নেতাগৰাকীয়ে নিৰ্বাচন আয়োগৰ সহায়ত বিজেপিয়ে বহু আসন লাভ কৰা বুলি দাবী কৰিছিল। বিগত কিছুদিন ধৰি ৰাহুলে ধাৰাবাহিকভাৱে অভিযোগ উত্থাপন কৰি আহিছে। আনকি লোকসভাৰ বিৰোধী দলপতিৰ নেতাইও দেওবাৰৰ পৰা নিৰ্বাচনমুখী ৰাজ্য বিহাৰত ভোটাধিকাৰৰ পদযাত্ৰা আৰম্ভ কৰিছে। মূলতঃ ৰাহুলৰ অভিযোগৰ প্রত্যুত্তৰ দিবলৈ আয়োগে যোৱা দেওবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰে৷ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ নাম উল্লেখ নকৰাকৈ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ‘ভোট জালিয়াতি’ৰ দৰে আপত্তিজনক শব্দ ব্যৱহাৰ কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে।

আমোদজনকভাৱে নিৰ্বাচন আয়োগেও মানি লৈছে যে ভোটাৰ তালিকাত কিছু ভুল আছে। মুখ্য নিৰ্বাচন আয়ুক্তৰ মতে বিহাৰত সেই ভুলবোৰ শুধৰাবলৈ SIR চলোৱা হৈছে। আৰু সকলো পক্ষই ইয়াত অংশগ্ৰহণ কৰি প্ৰক্ৰিয়াটোক নিখুঁত কৰিবলৈ চেষ্টা কৰিছে। কিন্তু ৰাহুলে উত্থাপন কৰা অভিযোগৰ তদন্তৰ বাবে কোনো তদন্ত সমিতি গঠন কৰা হোৱা নাই। নতুবা ৰাহুলৰ অভিযোগৰ পোনপটীয়া কোনো সঁহাৰি দিয়া নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am
ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am
মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

September 18, 2026 8:41 am
ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

September 18, 2026 7:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am
ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd