• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত আজি কিমান আক্ৰান্ত হ’ল ক’ভিডত? মাৰাত্মক ভাইৰাছত প্ৰাণ হেৰুৱালে কিমানজনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2021 8:04 pm
Coronavirus-1-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ভিড সংক্ৰমণৰ ধাৰা অব্যাহত থকাৰ মাজতে আজিৰ দিনটোতো ৰাজ্যখনত ক’ভিড পজিটিভিটিৰ হাৰ ২ শতাংশৰ তলতে আছে।

আজিৰ দিনটোত ৰাজ্যখনত ক’ভিডত ১০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১৭৯৮ গৰাকী লোক। সোমবাৰে ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল ১৭৯৭ গৰাকী লোক।

যোৱা ২৪ ঘন্টাত ৰাজ্যত ১,৫২,৭৭১টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ২৫৬ গৰাকী লোক। ক’ভিড পজিটিভিটিৰ হাৰ হৈছে ১.২৭ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৫.৮৯ শতাংশ।

ৰাজ্যখনৰ সামগ্ৰিক কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা অহা এসপ্তাহৰ বাবে নতুন এছঅ’পি বলৱৎ কৰা হৈছে।

Summary of 20/7/2021

Today’s Total 1798

Overall Positivity Percentage (1798 cases out of 1,42,017 test done = 1.27%)

Kamrup(M) 256

Death 10

Recovery Rate 95.89%

— Himanta Biswa Sarma (@himantabiswa) July 20, 2021

সেই অনুসৰি, আজি পুৱা ৫ বজাৰ পৰা আৰু এসপ্তাহৰ বাবে সম্পুৰ্ণ কণ্টেইনমেণ্টত জিলা হিচাপে থাকিব গোলাঘাট, যোৰহাট, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ।

মৰিগাঁও আৰু গোৱালপাৰা জিলাৰ ক্ষেত্ৰত নিয়ম কিছু শিথিল কৰা হৈছে।

দুপৰীয়া ১২ বজালৈ এই জিলা দুখনত দোকান-পোহাৰ খোলা থাকিব আৰু ৫ বজালৈ গেলামাল দোকান খোলা থাকিব।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰক্তক্ষয়ী সংঘৰ্ষ, ১৯ জনৰ মৃত্যু! চাপত ছচিয়েল মিডিয়া নিষেধাজ্ঞা প্ৰত্যাহাৰ নেপাল চৰকাৰৰ

ৰক্তক্ষয়ী সংঘৰ্ষ, ১৯ জনৰ মৃত্যু! চাপত ছচিয়েল মিডিয়া নিষেধাজ্ঞা প্ৰত্যাহাৰ নেপাল চৰকাৰৰ

September 9, 2025 8:19 am
চৰম বৰ্বৰতা! যোগী ৰাজ্যত ঔষধ আনিবলৈ যোৱাৰ পথত মহিলাক জীৱন্ত জ্বলাই দিলে দুষ্কৃতিকাৰীয়ে

চৰম বৰ্বৰতা! যোগী ৰাজ্যত ঔষধ আনিবলৈ যোৱাৰ পথত মহিলাক জীৱন্ত জ্বলাই দিলে দুষ্কৃতিকাৰীয়ে

September 9, 2025 7:32 am
৫২ কোটি বছৰ পুৰণি জীৱাশ্মৰ আৱিষ্কাৰ: অক্ষত কেঁকোৰা আৰু মকৰাৰ পূৰ্বপুৰুষৰ মগজু আৰু অন্ত্ৰ…

৫২ কোটি বছৰ পুৰণি জীৱাশ্মৰ আৱিষ্কাৰ: অক্ষত কেঁকোৰা আৰু মকৰাৰ পূৰ্বপুৰুষৰ মগজু আৰু অন্ত্ৰ…

September 9, 2025 7:30 am
আওকাণ নকৰিব! ছালত দেখা দিয়া তেজৰ কৰ্কট ৰোগৰ ৫টা লক্ষণ…

আওকাণ নকৰিব! ছালত দেখা দিয়া তেজৰ কৰ্কট ৰোগৰ ৫টা লক্ষণ…

September 9, 2025 6:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰক্তক্ষয়ী সংঘৰ্ষ, ১৯ জনৰ মৃত্যু! চাপত ছচিয়েল মিডিয়া নিষেধাজ্ঞা প্ৰত্যাহাৰ নেপাল চৰকাৰৰ

ৰক্তক্ষয়ী সংঘৰ্ষ, ১৯ জনৰ মৃত্যু! চাপত ছচিয়েল মিডিয়া নিষেধাজ্ঞা প্ৰত্যাহাৰ নেপাল চৰকাৰৰ

September 9, 2025 8:19 am
চৰম বৰ্বৰতা! যোগী ৰাজ্যত ঔষধ আনিবলৈ যোৱাৰ পথত মহিলাক জীৱন্ত জ্বলাই দিলে দুষ্কৃতিকাৰীয়ে

চৰম বৰ্বৰতা! যোগী ৰাজ্যত ঔষধ আনিবলৈ যোৱাৰ পথত মহিলাক জীৱন্ত জ্বলাই দিলে দুষ্কৃতিকাৰীয়ে

September 9, 2025 7:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd