• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলৰ টিৰাপ জিলাত অসম ৰাইফলছ আৰু এন এছ চি এন(কে)ৰ মাজত প্ৰচণ্ড গুলিয়াগুলী

থিতাতে নিহত এজন এন এছ চি এন কেডাৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
October 17, 2020 5:49 pm
IMG-20201017-WA0010(1)
274
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ অন্তৰ্গত ৱাংচুৰ চেংককৰ ঘন অৰণ্যত আজি পুৱা ৬ নং অসম ৰাইফলছ আৰু এন এছ চি এন (কে) গোটৰ মাজত সংঘটিত হয় ভয়ংকৰ গুলিয়াগুলীৰ ঘটনা।

গোপন সূত্ৰৰ পম খেদি ৬ নং অসম ৰাইফলছৰ এটা বৃহৎ দলে ঘন অৰণ্যত অভিযান চলাই এজন এন এছ চি এন ( কে) গোটৰ দুধৰ্ষ কেডাৰক সংঘৰ্ষত গুলিয়াই নিহত কৰে।

মৃত কেডাৰ জনৰ নাম গানজন ৱাংছা বুলি জানিব পৰা গৈছে।

কেডাৰ গৰাকীৰ পৰা সেনাই এটা পিষ্টল সহ বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে।

নগা উগ্ৰপন্থী এন এছ চি এন(কে)ৰ এটা ১০-১২ জনীয়া দলে উক্তস্থানত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিয়ে এই অভিযান চলাইছিল যদিও ঘন অৰণ্যৰ সুযোগ লৈ উগ্ৰপন্থী দলটোৰ আন আন কেডাৰ সকল পলাই হাৰিবলৈ সক্ষম হয়।

অন্যহাতে বৰ্তমানেও অঞ্চলটোত সেনাই উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা।

উল্লেখ্য যে কিছুদিন পূৰ্বে সেনাই অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত সেনাৰ এখন পানী টেংকাৰৰ এম্বুচ কৰি এজন ভাৰতীয় সেনা নিহত কৰাৰ লগতে আন এজন সেনা জোৱান এই এম্বুচৰ গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হৈছিল।

ইয়াৰ পাছৰে পৰা সেনাই উগ্ৰপন্থী বিৰুদ্ধে নিয়মীয়াকৈ অভিযান অব্যাহত ৰাখিছে বুলি সূত্ৰত প্ৰকাশ।

Recent News

চৰম নাৰীবিদ্বেষী মানসিকতা! মিছ ৱৰ্ল্ড-২০২৫ৰ প্ৰতিযোগীক আয়োজকে যৌনকৰ্মীৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ

চৰম নাৰীবিদ্বেষী মানসিকতা! মিছ ৱৰ্ল্ড-২০২৫ৰ প্ৰতিযোগীক আয়োজকে যৌনকৰ্মীৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিত কোনো তৃতীয় পক্ষ নাইঃ ‘বন্ধু’ ট্ৰাম্পৰ দাবীক নস্যাৎ নৰেন্দ্ৰ মোদীৰ

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিত কোনো তৃতীয় পক্ষ নাইঃ ‘বন্ধু’ ট্ৰাম্পৰ দাবীক নস্যাৎ নৰেন্দ্ৰ মোদীৰ

মুখৰ ভিতৰত ঘাঁ কিয় হয়? জানো আহক প্ৰতিকাৰ

মুখৰ ভিতৰত ঘাঁ কিয় হয়? জানো আহক প্ৰতিকাৰ

কাছ সংৰক্ষণৰ আদৰ্শ মন্দিৰ ৰূপে স্বীকৃতি লাভ বিশ্বনাথৰ নাগশংকৰ মন্দিৰ

কাছ সংৰক্ষণৰ আদৰ্শ মন্দিৰ ৰূপে স্বীকৃতি লাভ বিশ্বনাথৰ নাগশংকৰ মন্দিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd