• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অজুহাত! : SI কেলেংকাৰিৰ অন্য এক মূল অভিযুক্ত অক্ষয় চান্দক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল CID

আজিও গ্ৰেপ্তাৰ নহ'ল SI কেলেংকাৰিত অভিযুক্ত অক্ষয় টেলিকমিউনিকেশ্যনৰ মুৰব্বী অক্ষয় চান্দ, চিকিৎসাধীন অৱস্থাতে পিছলি পৰিল বাথৰুমত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 14, 2020 2:30 pm
Akshay Chand Boidyo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

SI কেলেংকাৰিত অভিযুক্ত অক্ষয় টেলি কমিউনিকেশ্যনৰ মুৰব্বী অক্ষয় চান্দ বৈদ্যক আজি CID য়ে মাৰোৱাৰী মেটাৰনিটি হাস্পতালৰ পৰাই পোনে পোনে গ্ৰেপ্তাৰ কৰাৰ কথা আছিল।

কিন্তু আজি চিকিৎসালয়খনত মূৰ ঘুৰাই পৰাৰ ফলত তেওঁ মূৰত আঘাত পায়। সেয়েহে পুনৰ তেওঁক চিকিৎসালয়তে সুস্থ নোহোৱা পৰ্যন্ত চিকিৎসাধীন হৈ থাকিব। হাস্পাতালখনৰ পৰিচালন সঞ্চালক অনিল কুমাৰ কলিতাই এই কথা জানিবলৈ দিয়ে ।

‘তেওঁ পিছলি পৰাৰ কাৰণটো অলপ তদন্ত কৰিবলগীয়া আছে। কালি CID য়ে আমালৈ এখন চিঠি লিখিছিল যে আজি কিমান সময়ত অক্ষয় চান্দক ৰিলিজ দিব পাৰিব। আমি চিঠিৰ উত্তৰত লিখিছিলো যে আজি আগবেলাৰ ভিতৰত আমি তেওঁক চিকিৎসালয়ৰ পৰা মুক্তি দিব পাৰিম। কিন্তু আজি পুনৰ ৰিলিজ দিব নোৱাৰিম বুলি CID লৈ চিঠি লিখিবলগীয়া হ’ল কিয়নো তেওঁ মূৰ আৰু ভৰিত কিমান আঘাত পাইছে সেয়া চিটিস্কেন এখন কৰিব লাগিব বা তদন্ত কৰিব লাগিব।‘ সংবাদমাধ্যমৰ আগত এইদৰে কয় অনিল কুমাৰ কলিতাই।

উল্লেখযোগ্য যে, যোৱা সোমবাৰে বিয়লি প্ৰায় ৪ বজাত বমি আৰু ভৰিৰ বিষৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈছিল অক্ষয় চান্দ বৈদ্য। তেওঁ মধুমেহ ৰোগত আক্ৰান্ত বুলিও চিকিৎসকে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, SI কেলেংকাৰীত জড়িত থকাৰ অভিযোগত শনিবাৰে অক্ষয় চান্দৰ বঙাইগাঁৱৰ বাসগৃহত চিআইডিয়ে তদন্ত চলাইছিল। কিন্তু তাৰ কেইঘন্টামান পাছতে দেওবাৰে পুৱতি নিশা ৰহস্যজনকভাৱে বিতৰ্কিত ব্যৱসায়ীজনৰ গুদামঘৰত অগ্নিকাণ্ড সংঘটিত হয়।

অভিযোগ উঠিছে যে SI কেলেংকাৰীৰ নথি-পত্ৰ বা প্ৰমাণ নষ্ট কৰাৰ বাবেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত কৰিছিল অক্ষয় চান্দে নিজে।

এতিয়া সমগ্ৰ বিষয় ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আইআইটি খড়গপুৰঃ হোষ্টেলত সুকীয়াকৈ নাই আমিষ-নিৰামিষভোজীৰ বাবে আসন, শিক্ষাৰ্থীৰ প্ৰতিবাদত সলনি সিদ্ধান্ত

আইআইটি খড়গপুৰঃ হোষ্টেলত সুকীয়াকৈ নাই আমিষ-নিৰামিষভোজীৰ বাবে আসন, শিক্ষাৰ্থীৰ প্ৰতিবাদত সলনি সিদ্ধান্ত

September 10, 2025 5:28 pm
ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

September 10, 2025 4:20 pm
নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

September 10, 2025 3:23 pm
‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

September 10, 2025 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইআইটি খড়গপুৰঃ হোষ্টেলত সুকীয়াকৈ নাই আমিষ-নিৰামিষভোজীৰ বাবে আসন, শিক্ষাৰ্থীৰ প্ৰতিবাদত সলনি সিদ্ধান্ত

আইআইটি খড়গপুৰঃ হোষ্টেলত সুকীয়াকৈ নাই আমিষ-নিৰামিষভোজীৰ বাবে আসন, শিক্ষাৰ্থীৰ প্ৰতিবাদত সলনি সিদ্ধান্ত

September 10, 2025 5:28 pm
ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

September 10, 2025 4:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd