• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 14, 2025 5:55 pm
633
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে ঘোষণা কৰিছে যে ১৫ আগষ্টৰ পৰা ১০খন নতুন সহ-জিলা কাৰ্যকৰী হ’ব। ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা অধিসূচনা (নং ৩৭৫০৩৭/৪৯৬) অনুসৰি, অসমৰ মাননীয় ৰাজ্যপালৰ নিৰ্দেশমৰ্মে এই নতুন সহ-জিলাসমূহ কাৰ্যকৰী হ’ব। এই নতুন প্ৰশাসনিক ইউনিটসমূহ ৰাজ্যত ইতিমধ্যে কাৰ্যকৰী হৈ থকা ৩৯খন সহ-জিলাৰ সৈতে যোগ হ’ব।

চৰকাৰ বিবৃতিত কোৱা হৈছে, “জনসেৱাৰ স্বাৰ্থত অসমৰ মাননীয় ৰাজ্যপালৰ নিৰ্দেশ অনুসৰি, ইতিমধ্যে কাৰ্যকৰী হৈ থকা ৩৯খন সহ-জিলাৰ উপৰিও, ১৫ আগষ্ট, ২০২৫ৰ পৰা আৰু ১০খন নতুন সহ-জিলা কাৰ্যকৰী হ’ব। প্ৰশাসনিক সেৱাৰ দক্ষতা বৃদ্ধি আৰু জনসাধাৰণৰ সুবিধাৰ বাবে কাম কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি সদৰী কৰিছে।

অসমত শাসন ব্যৱস্থাৰ বিকেন্দ্ৰীকৰণ আৰু বিভাগসমূহৰ মাজত সমন্বয় উন্নত কৰাৰ উদ্দেশ্যে যোৱা বছৰ সহ-জিলা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। এই নতুন সহ-জিলাসমূহৰ প্ৰৱৰ্তনে ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাক আৰু শক্তিশালী কৰি জনসাধাৰণৰ সেৱাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

Recent News

মণিপুৰত পুনৰ অশান্তি! সংঘৰ্ষৰ ফলত এগৰাকী কুকি মহিলাৰ মৃত্যু, আহত মেইটেই কৃষক

মণিপুৰত পুনৰ অশান্তি! সংঘৰ্ষৰ ফলত এগৰাকী কুকি মহিলাৰ মৃত্যু, আহত মেইটেই কৃষক

আজি বিষ্ণু প্ৰসাদ ৰাভা দিৱস… বিপ্লৱী শিল্পীগৰাকীক সশ্ৰদ্ধ স্মৰণ

আজি বিষ্ণু প্ৰসাদ ৰাভা দিৱস… বিপ্লৱী শিল্পীগৰাকীক সশ্ৰদ্ধ স্মৰণ

ৱেইট ট্ৰেইনিং নে কাৰ্ডিঅ’, কিহে আপোনাৰ ওজন দ্ৰুতভাৱে কমোৱাত সহায় কৰিব? গৱেষণাই কৰিলে প্ৰকাশ

ৱেইট ট্ৰেইনিং নে কাৰ্ডিঅ’, কিহে আপোনাৰ ওজন দ্ৰুতভাৱে কমোৱাত সহায় কৰিব? গৱেষণাই কৰিলে প্ৰকাশ

‘হানিট্ৰেপ’ত ব্যৱসায়ীক লুটি ১০ মাহ পলাই থাকিও নপৰিল ৰক্ষা; কোন এই ইনফ্লুৱেঞ্চাৰ কীৰ্তি?

‘হানিট্ৰেপ’ত ব্যৱসায়ীক লুটি ১০ মাহ পলাই থাকিও নপৰিল ৰক্ষা; কোন এই ইনফ্লুৱেঞ্চাৰ কীৰ্তি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd