• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাজোত পথৰ ওপৰতে মৰিয়াই হত্যা শাক-পাচলিৰ ব্যৱসায়ীক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2020 12:53 pm
Assam: Vegetable vendor beaten to death in road rage in Hajo

সনাতন ডেকা।

3.5k
VIEWS
Share on FacebookShare on Twitter

এগৰাকী শাক-পাচলি ব্যৱসায়ীক পথৰ ওপৰতে মৰিয়াই হত্যা কৰাৰ এক ভয়ংকৰ ঘটনা দেওবাৰে পোহৰলৈ আহে। যোৱা ২২ মে’ত হাজোৰ মনাকুচি গাঁৱত এই ঘটনা সংঘটিত হৈছিল।

আৰক্ষীৰ মতে, সনাতন ডেকা নামৰ শাক-পাচলিৰ বেপাৰীজনে চলাই অহা চাইকেলখনে দুৰ্ঘটনাবশতঃ ফাইজুল আলি নামৰ এজনে চলাই অহা গাড়ীত খুন্দা মাৰে।

“তাৰ পিছতে ফাইজুল আৰু তেওঁৰ বন্ধু নজদিন আলি গাড়ীৰ পৰা নামি আহে আৰু সনাতন আৰু তেওঁলোকৰ মাজত তৰ্কাতৰ্কি লাগে। অলপ পিছতে আৰু তিনিজন ব্যক্তিয়ে আহে আৰু পাঁচোজনে মিলি তেওঁক মাৰিবলৈ আৰম্ভ কৰে,” আৰক্ষী বিষয়াজনে কয়।

আৰক্ষীয়ে কয় যে গুৰুতৰভাৱে আঘাত পোৱা সনাতন ডেকাক হাজোৰ এখন চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

সনাতন ডেকা অঞ্চলটোৰ তেতেলিয়া গাঁৱৰ বাসিন্দা। তেওঁ কাৰখানাত শ্ৰমিকৰূপে কাম কৰিছিল কিন্তু চলিত লকডাউনত তেওঁ কৰ্মহীন হৈছিল।

জানিব পৰা মতে, অভিযুক্ত ফাইজুল আলি স্থানীয় অগপ নেতা এজনৰ ভাতৃ।

অভিযুক্ত ফইজুল আলি, নজদিন আলি, ছবিৰ আলি, ইউচুফ আলি আৰু ফিৰজাহান আলি বৰ্তমানো পলাতক অৱস্থাত আছে।

Recent News

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত শতাধিক ট্ৰাক আৱদ্ধ! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত শতাধিক ট্ৰাক আৱদ্ধ! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

দিন দুপৰতে গীৰ্জাত নিৰ্বিচাৰ গুলীচালনা, কমেও ২১ জন লোকৰ মৃত্যু

দিন দুপৰতে গীৰ্জাত নিৰ্বিচাৰ গুলীচালনা, কমেও ২১ জন লোকৰ মৃত্যু

এইচ আই ভি পজিটিভলোকেও যাপন কৰিব পাৰে স্বাভাৱিক জীৱন! এক দম্পতীৰ জীৱনযুঁজে দেখুৱাইছে আশাৰ ৰেঙনি

এইচ আই ভি পজিটিভলোকেও যাপন কৰিব পাৰে স্বাভাৱিক জীৱন! এক দম্পতীৰ জীৱনযুঁজে দেখুৱাইছে আশাৰ ৰেঙনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd