• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষক মুক্তিৰ প্ৰতিবাদী সমদলত যুৱকে গাৰ তেজেৰে লিখিলে ‘জয় আই অসম’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 13, 2019 2:48 pm
KMSS Protest

গাৰ তেজেৰে জয় আই অসম লিখা এজন প্ৰতিবাদকাৰী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰখা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মেঘালয় আৰু মিজোৰামৰ মুখ্য মন্ত্ৰীৰ আদৰ্শ ল’বৰ বাবে আহ্বান জনায়।

আজি বিধেয়কখনৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাবাসৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈকে এটা প্ৰতিবাদী সমদলক নেতৃত্ব দি সংগঠনটোৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰে সোণোৱালক মেৰুদণ্ডহীন মুখ্য মন্ত্ৰী আখ্যা দিয়ে।

“সৰ্বানন্দ সোণোৱালে অসমীয়া জাতিক বচাবলৈ যি ভূমিকা ল’ব লাগিছিল সেয়া লোৱা নাই”, সোণোৱালক সমালোচনাৰে ধৈৰ্য্য কোঁৱৰে কয়।

মেঘালয়ৰ মুখ্য মন্ত্ৰী দিল্লীত যিধৰণে গৰজি উঠিছে ঠিক তেনেকৈ সৰ্বানন্দ সোণোৱালে দিল্লীৰ চকুত চকু থৈ কথা ক’ব নোৱাৰে বুলি কটাক্ষ কৰে কৃষক মুক্তিৰ নেতাজনে।

“মুখ্যমন্ত্ৰীৰ আসনখনৰ লোভত সোণোৱালে অসমীয়া জাতিটোক দিল্লীৰ বলিশালত তুলি দিব বিচাৰিছে”, সংগঠনটোৰ সাধাৰণ সম্পাদকজনে কয়।

বিধেয়ক বিৰোধী সমদলটোত হাজাৰোধিক প্ৰতিবাদকাৰীয়ে অংশ গ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কখন সম্পূৰ্ণৰূপে বাতিল কৰাৰ দাবীত ধ্বনি দিয়ে। জয়ন্ত ৰায় নামৰ কৃষক মুক্তিৰ এজন প্ৰতিবাদকাৰীয়ে নিজৰ হাত ব্লেডেৰে কাটি তাৰ তেজেৰে ‘জয় আই অসম’ লিখি নিজৰ আৱেগ প্ৰকাশ কৰে।

আনহাতে মোদীৰ প্ৰতিকৃতি দাহ কৰিব খোজোতে আৰক্ষীৰ সৈতে হতাহতি লাগে প্ৰতিবাদকাৰীসকলৰ। পিছত অৱশ্যে প্ৰতিবাদকাৰীসকল মোদীৰ প্ৰতিকৃতি দাহ কৰিবলৈ সক্ষম হয়।

প্ৰতিবাদী সমদলৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ বিধেয়ক বাতিলৰ দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

August 20, 2025 5:50 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা গোচৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

August 20, 2025 5:29 pm
‘সমস্যা ক’ত?’, কংগ্ৰেছৰ বিপৰীত সুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণ কৰা বিধেয়কক সমৰ্থন শশী থাৰুৰৰ

‘সমস্যা ক’ত?’, কংগ্ৰেছৰ বিপৰীত সুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণ কৰা বিধেয়কক সমৰ্থন শশী থাৰুৰৰ

August 20, 2025 3:49 pm
চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

August 20, 2025 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

August 20, 2025 5:50 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা গোচৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

August 20, 2025 5:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd