• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2025 9:16 pm
132
VIEWS
Share on FacebookShare on Twitter

অসমৰ তিনি যুৱকে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ পৰা পৱিত্ৰ কেদাৰনাথ মন্দিৰলৈ চাইকেলেৰে এক দুঃসাহসিক যাত্ৰা আৰম্ভ কৰিছে। এই যাত্ৰাৰ মাধ্যমেৰে তেওঁলোকে নিচামুক্ত অসম গঢ়াৰ সংকল্পৰ লগতে সমাজত সমন্বয় আৰু ঐক্যৰ বাৰ্তা প্ৰচাৰ কৰাৰ লক্ষ্যও আগত ৰাখিছে। সোমবাৰে পুৱা শিৱসাগৰৰ শিৱ মন্দিৰত তেওঁলোকৰ এই দীৰ্ঘ যাত্ৰা আৰম্ভ কৰিছে।

সাহসি যুৱক তিনিজন হ’ল শিৱসাগৰৰ হাঁহচৰাৰ ভাৰ্গৱ গগৈ, লক্ষীমপুৰৰ বচাগাঁৱৰ কুসুম্বৰ দাস আৰু ডিব্ৰুগড়ৰ মোহিন পাহাৰীয়া। তেওঁলোকৰ এই প্ৰায় দেড় মাহৰ যাত্ৰা শাৰীৰিক দুঃসাহসৰ প্ৰকাশৰ লগতে সামাজিক সচেতনতাৰ সৃষ্টিৰ এক শক্তিশালী মাধ্যম হৈ পৰিছে। পৱিত্ৰ কেদাৰনাথ মন্দিৰৰ দুৱাৰ ইতিমধ্যে ভক্তৰ বাবে মুকলি হোৱাৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰীৰ সমাগম ঘটিছে।

তেওঁলোকে নিচাৰ কু-প্ৰভাৱৰ বিৰুদ্ধে সচেতনতা গঢ়ি তোলা আৰু সমাজত সৌহাৰ্দ্যৰ বাৰ্তা প্ৰচাৰ কৰাই এই যাত্ৰাৰ মূল উদ্দেশ্য বুলি উল্লেখ কৰিছে কৰিছে। যুৱক তিনিজনে তেওঁলোকৰ এই দুঃসাহসিক অভিযান সফল কৰাৰ বাবে ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থন কামনা কৰিছে, যাতে তেওঁলোকৰ বাৰ্তা সমাজৰ প্ৰতিটো স্তৰত প্ৰতিধ্বনিত হয়।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

বোমাতংকৰ বাবে মাজ আকাশৰ পৰা জাৰ্মানীলৈ উভতিল হায়দৰাবাদ অভিমুখী বিমান!

বোমাতংকৰ বাবে মাজ আকাশৰ পৰা জাৰ্মানীলৈ উভতিল হায়দৰাবাদ অভিমুখী বিমান!

পুনৰ হাস্পাতালত ভৰ্তি ছোনিয়া গান্ধী; এইবাৰ দিল্লীৰ গংগা ৰাম হাস্পাতালত ভৰ্তি কংগ্ৰেছ নেত্ৰী

পুনৰ হাস্পাতালত ভৰ্তি ছোনিয়া গান্ধী; এইবাৰ দিল্লীৰ গংগা ৰাম হাস্পাতালত ভৰ্তি কংগ্ৰেছ নেত্ৰী

ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ চোৰাংচোৱা শাখাৰ মুৰব্বী, দুই জেনেৰেল

ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ চোৰাংচোৱা শাখাৰ মুৰব্বী, দুই জেনেৰেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd