• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Assamese GK 2023 on Assam : অসম সম্পৰ্কীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2023 3:57 pm
Assamese GK 2023
1000
VIEWS
Share on FacebookShare on Twitter

অসম সম্পৰ্কীয় কেইটামান কুইজ

Welcome to your Assam Quiz 2023

১. অভিৰুচী ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়?

২. আহোমৰ শেষৰজন স্বৰ্গদেউ কোন আছিল?

৩. প্ৰথমখন অসমীয়া উপন্যাস কি?

৪. অসমৰ জাতীয় সংগীতটো প্ৰথমে ক’ত প্ৰকাশ হৈছিল?

৫. অসমত ‘নেশ্যনেল গেমছ’ কেতিয়া অনুষ্ঠিত হৈছিল?

৬. বংগৰ পৰা অসম কেতিয়া পৃথক হৈছিল?

৭. তলৰ কোনখন বনাঞ্চল সোণালী বান্দৰ বাবে বিখ্যাত?

৮. অসমত লোকসভা আৰু ৰাজ্যসভাৰ বাবে মুঠ কেইখন আসন আছে?

৯. ‘এহাত ডাবা’ নামৰ গ্ৰন্থখনৰ লেখক কোন?

১০. উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ‘সাতভনী’ অভিধাটো কোনে প্ৰণয়ন কৰিছিল?

১১. তাম্ৰধ্বজ কোনখন ৰাজ্যৰ শাসক আছিল?

১২. বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল?

১৩. আহোমৰ শেষৰখন ৰাজধানী কি আছিল?

১৪. কোনখন ঠাইক অসমৰ ‘মানচেষ্টাৰ’ বুলি জনা যায়?

১৫. অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

১৬. তলৰ কোনজন ব্যক্তি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল?

১৭. জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ ছবিখন অসমৰ ক’ত প্ৰথমে প্ৰদৰ্শন কৰা হৈছিল?

১৮. পৃথিৱীত মুঠ উৎপাদিত ‘গোল্ডেন চিল্ক’ (মুগা) ৰ কিমান শতাংশ অসমত উৎপাদন হয়?

১৮. মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰাত কোনজন অসমীয়াই অংশগ্ৰহণ কৰিছিল?

১৯. কিমান চনত ড০ ভূপেন হাজৰিকাই অসম সাহিত্য সভা অধিৱেশনত সভাপতিত্ব কৰিছিল?

২০. অসমৰ প্ৰথমখন বেচৰকাৰী কলেজ কোনখন?

clock.png

Time's up

.

Also read : Assamese GK 2022: ভাৰতৰ স্বাধীনতা দিৱস সম্পৰ্কীয় কেইটামান বহু বিকল্পী প্ৰশ্নোত্তৰ

Also read : Assamese GK 2022: ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

 

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd