• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

এন ই নাও নিউজ, নগাঁও by এন ই নাও নিউজ, নগাঁও
February 1, 2023 8:07 pm
143
VIEWS
Share on FacebookShare on Twitter

অসমীয়া জাতিৰ এক স্বাভিমান অসমীয়া গহনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মানসেৰে ২৩ তম বৰ্ষত পৰ্দাপৰ্ণ কৰা নগাঁৱৰ ৰণথলী নিবাসী প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী বিকাশ হাজৰিকাৰ নিজা প্ৰচেষ্টাত গঢ় লৈ উঠা “গামখাৰু” প্রতিষ্ঠানে বিগত বৰ্ষ সমূহৰ দৰেই এইবৰ্ষও গ্ৰাহক ৰাইজৰ বাবে আগবঢ়াইছে এক বিশেষ সুযোগ।

সুদীৰ্ঘ ২২ বছৰ ধৰি নগাঁৱৰ পৰিবহন নিগমৰ বাছ আস্থানৰ প্ৰাংগনত স্থায়ীভাৱে বিপনী মুকলি কৰা “গামখাৰু” প্রতিষ্ঠানৰ স্বত্বাধিকাৰী, উদ্যমী যুৱক, যুৱ প্ৰজন্মৰ বাবে এগৰাকী প্ৰেৰণাৰ প্ৰতীক প্ৰতিষ্ঠিত ব্যৱসায়ী তথা নগাঁৱৰ যুৱ সমাজ কৰ্মী,সাংস্কৃতিক কৰ্মী বিকাশ হাজৰিকাই জানিবলৈ দিয়া অনুসৰি, গামখাৰু প্ৰতিষ্ঠানৰে ২ ফেব্ৰুৱাৰীত ২৩ বৰ্ষপূৰ্তি উদযাপনৰ সময়তে প্রত্যেকটো অসমীয়া গহনাৰ ক্ষেত্ৰত ৪০ শতাংশ ৰেহাই মূল্যত আগবঢ়াব।

অসমীয়া গহনাৰ যিকোনো চেটত প্রি-বুকিং কৰিলে এই বিশেষ সুবিধা লাভ কৰিব পাৰিব বুলি জানিব দিছে প্ৰতিষ্ঠানটোৱে ৷

গামখাৰুৰ গুৱাহাটী,নগাঁও, লখিমপুৰ লগতে অনলাইনত ৯৮৬৪৬-৪৪২৯৮ এই নম্বৰত ৱাটছএপৰ যোগেদি বিশেষ ৰেহাই মূল্যৰ সুযোগ গ্ৰহণৰ লগতে ২৩ তম বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত উপহাৰ কুপনৰ জড়িয়তে গ্ৰাহক সকলে লাভ কৰিব পাৰিব প্ৰায় ১০-১২ হেজাৰ টকাৰ অসমীয়া গহনা ৷

আনহাতে, ২ ফেব্ৰুৱাৰীত গামখাৰু প্ৰতিষ্ঠানে ২৩ বছৰত পদাৰ্পণ কৰাৰ উপলক্ষে অসমীয়া গহনাৰ চেটৰ ক্ষেত্ৰত বিনামূলীয়াকৈ উপহাৰ প্ৰদানৰ দিহা কৰিছে বুলিও জানিব পৰা গৈছে ৷

এই বিনামূলীয়া উপহাৰ আৰু ৪০ শতাংশ ৰেহাইৰ বিশেষ সুযোগ সমূহ কেৱল ২ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ মুকলি থাকিব বুলি গামখাৰু প্ৰতিষ্ঠানৰ স্বতাধিকাৰী বিকাশ হাজৰিকাই সংবাদ মাধ্যমৰ জড়িয়তে জানিব দিছে ৷

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd