• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিয়াং নদীৰ দ্বীপত আবদ্ধ হৈ পৰা অসমৰ খুঁটীয়াসকলক পৰিয়ালসহ বায়ুসেনাৰ হেলিকপ্টাৰেৰে উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 31, 2018 10:44 am
চিয়াং নদীৰ দ্বীপৰ পৰা খুঁটীয়া সকল আৰু তেওঁলোকৰ পৰিয়ালৰ লোকক বায়ুসেনাৰ হেলিকপ্তাৰেৰে উদ্ধাৰ কৰা দৃশ্য। বৃহস্পতিবাৰে। ফটো : য়ু বি।

চিয়াং নদীৰ দ্বীপৰ পৰা খুঁটীয়া সকল আৰু তেওঁলোকৰ পৰিয়ালৰ লোকক বায়ুসেনাৰ হেলিকপ্তাৰেৰে উদ্ধাৰ কৰা দৃশ্য। বৃহস্পতিবাৰে। ফটো : য়ু বি।

127
VIEWS
Share on FacebookShare on Twitter

২৪ ঘণ্টা ধৰি চিয়াং নদীৰ দ্বীপত আবদ্ধ হৈ থকা অসমৰ খুঁটীয়াসকলক তেওঁলোকৰ পৰিয়ালসহ বৃহস্পতিবাৰে পুৱতিনিশা বায়ুসেনাই হেলিকপ্তাৰৰ সহায়ত উদ্ধাৰ কৰিছে।

চিয়াং নদীৰ দ্বীপৰ পৰা বায়ুসেনাৰ হেলিকপ্তাৰে খুঁটীয়াসকলক উদ্ধাৰ কৰা দৃশ্য। ফটো : য়ু বি।

ছিলে অ’য়ান ৰাজহচক্ৰৰ অন্তৰ্গত জামপানীত থকা উক্ত দ্বীপত এই খুঁটীয়াসকলে দীৰ্ঘদিন ধৰি গৰু-গাই পুহি পৰিয়ালৰ সৈতে বাস কৰি আহিছিল। কিন্তু চিয়াং নদীৰ অভাৱনীয় আৰু অস্বাভাৱিক বানে এই ঠাইখনো আন ঠাইৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন কৰি পেলায়। লগতে নাও বা ফেৰিৰে তেওঁলোকৰ সৈতে যোগাযোগ কৰা বা তেওঁলোকক অনাটো অসম্ভৱ হৈ পৰিছিল।

ফলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে ইষ্ট চিয়াং জিলা প্ৰশাসনে বায়ুসেনাৰ সহায় বিচৰাত ডিব্ৰুগড়ৰ মোহনবাৰীৰ পৰা বায়ুসেনাই এখন মিগ-১৭ হেলিকপ্তাৰ পঠিয়াই তেওঁলোকক উদ্ধাৰ কৰে।

প্ৰশাসনে জনোৱামতে, লোককেইজনক নাৱেৰে উদ্ধাৰৰ বাবে চেষ্টা চলাইছিল যদিও চিয়াং নৈৰ ভয়াৱহ ঢৌৰ বাবে ঘটনাস্থলীত অভিযান চলোৱা অসম্ভ হৈ পৰিছিল।

ইষ্ট চিয়াং জিলাৰ প্ৰশাসনে জনোৱামতে, এই অভিযানটোত তাত আবদ্ধ হৈ থকা ১৯জন লোকক উদ্ধাৰ কৰা হয়। এতিয়াও বহুকেইজন লোক দ্বীপটোত আবদ্ধ হৈ থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে পূব চিয়াং জিলাৰ উপায়ুক্ত টি তাতকে।

SianRescue_2
চিয়াং নদীৰ দ্বীপৰ পৰা বায়ুসেনাৰ হেলিকপ্তাৰে খুঁটীয়াসকলক উদ্ধাৰ কৰা দৃশ্য। ফটো : য়ু বি।

উল্লেখ্য যে অস্বাভাৱিক কাৰণত অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চিয়াং নদীত জলস্তৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। জলস্তৰ অস্বাভাৱিক বৃদ্ধিৰ এই পৰিঘটনাটোৰ সৈতে চীনৰ নদীবান্ধৰ কিবা সম্পৰ্ক আছে নে নাই সেই কথা এতিয়াও জানিব পৰা হোৱা নাই। নদীখনত জলস্তৰ বৃদ্ধিৰ সমান্তৰালভাৱে দেখা গৈছে সাগৰৰ দৰে বৃহৎ ঢৌৰ আৱিৰ্ভাৱ।

নদীখনৰ অস্বাভাৱিক গতি-বিধিক মন কৰি ইষ্ট চিয়াং প্ৰশাসনে নদীখনত গাধোৱা, মাছমৰা বা অন্যান্য কামৰ পৰা স্থানীয় লোকক বিৰত থাকিবলৈ সতৰ্ক কৰি দিছিল।

 

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd