• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হকী বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত পৰিৱেশন হ’ব অসমৰ সত্ৰীয়া নৃত্য

এন ই নাও নিউজ by এন ই নাও নিউজ
November 22, 2018 11:25 am
madhuri-dance-
231
VIEWS
Share on FacebookShare on Twitter

ভুবনেশ্বৰৰ কালিংগা ষ্টেডিয়ামত অহা ২৭ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা পুৰুষৰ হকী বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত এইবাৰ পৰিৱেশিত হ’ব অসমৰ সত্ৰীয়া নৃত্য।

উল্লেখযোগ্য যে উড়িষ্যাৰ ৰাজধানী চহৰস্থিত কালিংগা ষ্টেডিয়ামত অহা ২৮ নৱেম্বৰৰ পৰা ১৬ ডিচেম্বৰৰ লৈকে ১৪ সংখ্যক হকী বিশ্বকাপ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

সেই উপলক্ষে ২৭ নৱেম্বৰত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হৈছে বলীউডৰ মোহময়ী অভিনেত্ৰী মাধুৰী দিক্ষীত নেনেক কেন্দ্ৰীয় চৰিত্ৰ ধৰিত্ৰী হিচাপে লৈ নূপুৰ মহাজনৰ প্ৰডাকশ্বনৰ অধীনত উপস্থাপন হ’বলগা ‘দ্য আৰ্থ ছং’ শীৰ্ষক অভিনৱ অনুষ্ঠান।

এক ঐক্যবদ্ধ বিশ্বৰ শক্তিৰ বাৰ্তাৰে শ্বিয়ামক ডাবৰে কৰিঅ’গ্ৰাফী কৰিব লগীয়া ৪০ মিনিটৰ উক্ত অনুষ্ঠানটোত মাধুৰীৰ সৈতে থাকিব ১,১০০ গৰাকী অন্যান্য শিল্পী।

অসমৰ সত্ৰীয়া নৃত্যৰ উপৰি ‘দ্য আৰ্থ ছঙ’ৰ বাৰেৰহণীয়া কাৰ্যসূচীত সমাহাৰ ঘটিব ধ্ৰুপদী, জাজ, বেলে, এফ্ৰো ওডিছী, ম’হিনিয়াট্ৰম কথক আদিৰ ওপৰত আধাৰিত ভিন্ন কাৰ্যসূচী।

Recent News

সন্ধানহীন হোৱাৰ ৬ দিনৰ মূৰত যমুনাত উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী, ত্ৰিপুৰাৰ যুৱতীৰ মৃতদেহ

সন্ধানহীন হোৱাৰ ৬ দিনৰ মূৰত যমুনাত উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী, ত্ৰিপুৰাৰ যুৱতীৰ মৃতদেহ

লৰ্ডছত দ্বিতীয় ইনিংছত দ্ৰুত ৪টা উইকেট হেৰুৱালে ভাৰতে; জয়ৰ বাবে আৰু ১৩৫ ৰানৰ প্ৰয়োজন

লৰ্ডছত দ্বিতীয় ইনিংছত দ্ৰুত ৪টা উইকেট হেৰুৱালে ভাৰতে; জয়ৰ বাবে আৰু ১৩৫ ৰানৰ প্ৰয়োজন

এইবাৰ লণ্ডনত উৰণৰ মাত্ৰ কেইমুহূৰ্তমানৰ পিছতে ভাঙি পৰিল বিমান! ৰাণৱেৰ ওচৰতে বিস্ফোৰণ

এইবাৰ লণ্ডনত উৰণৰ মাত্ৰ কেইমুহূৰ্তমানৰ পিছতে ভাঙি পৰিল বিমান! ৰাণৱেৰ ওচৰতে বিস্ফোৰণ

বাৰিষাত চাইনাচাইটিছৰ সমস্যা কিয় বাঢ়ে আৰু কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

বাৰিষাত চাইনাচাইটিছৰ সমস্যা কিয় বাঢ়ে আৰু কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd