• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিৰিয়াত বিমান আক্ৰমণ; ১০ জন সাধাৰণ নাগৰিকৰ মৃত্যু, কোনে চলালে আক্ৰমণ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2024 9:05 am
ফাইল ফটোঃ সংগ্ৰহীত।

ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছিৰিয়াত বিমান আক্ৰমণত ১০ জন লোক নিহত হৈছে। নিহতসকলৰ ভিতৰত চাৰিগৰাকী মহিলা আৰু আটাইকেইজনেই সাধাৰণ নাগৰিক। চুবুৰীয়া ৰাষ্ট্ৰ জৰ্ডানে এই আক্ৰমণ সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। শুকুৰবাৰে আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰিত এই তথ্য প্ৰকাশ পাইছে।

স্থানীয় সংবাদ মাধ্যমৰ মতে, দক্ষিণ-পূব ছিৰিয়াৰ ছুইদা প্ৰদেশৰ আৰ্মান আৰু মালহ চহৰক লক্ষ্য কৰি বিমান আক্ৰমণত প্ৰায় ১০ জন সাধাৰণ নাগৰিক নিহত হয়। বৃহস্পতিবাৰৰ এই আক্ৰমণৰ আঁৰত জৰ্ডানৰ বাহিনী আছে বুলি অনুমান কৰা হৈছে। অৱশ্যে জৰ্ডান চৰকাৰে তেওঁলোক জড়িত থকাৰ কথা এতিয়াও নিশ্চিত কৰা নাই।

চহৰখনৰ নিউজ প্লেটফৰ্ম ছুইডা ২৪য়ে জনোৱা মতে, স্থানীয় সময় অনুসৰি মাজনিশাৰ পিছত যুদ্ধবিমানসমূহে আৱাসিক অঞ্চলত একেলগে আঘাত হানে। মালহত এই আক্ৰমণত কিছু ঘৰ-বাৰীৰ বিস্তৰ ক্ষতিসাধন হয়।

লগতে পঢ়কঃ কোচিং চেণ্টাৰত ১৬ বছৰ অনুৰ্ধৰ বাবে নামভৰ্তি বন্ধ; কেন্দ্ৰৰ নতুন নিৰ্দেশনা

আৰমানত দ্বিতীয়টো আক্ৰমণত অৱশ্যে দুটা ঘৰ ভাঙি কমেও ১০ জন সাধাৰণ নাগৰিকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আছে চাৰিগৰাকী মহিলা আৰু পাঁচ বছৰৰ তলৰ দুগৰাকী কন্যা শিশু।

আৰমানৰ বাসিন্দা মুৰাদ আল আব্দুল্লাই জনইছে যে, “যিটো হ’ল সেয়া আছিল শিশু আৰু মহিলাৰ বিৰুদ্ধে হত্যাকাণ্ড। গাঁওসমূহক লক্ষ্য কৰি চলোৱা এই বিমান আক্ৰমণক ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে যুঁজ বুলি চিহ্নিত কৰিব নোৱাৰি।”

আল আব্দুল্লাই কয় যে এই বোমা আক্ৰমণত কেৱল ড্ৰাগছ সৰবৰাহৰ সন্দেহযুক্ত লোকৰ ঘৰতে সীমাবদ্ধ নহয়। আন আন বাসগৃহও ক্ষতিগ্ৰস্ত হয় এই আক্ৰমণত। তদুপৰি শুই থকা অৱস্থাত গাঁওবাসীৰ ওপৰত হোৱা আক্ৰমণে বহুতকে আতংকগ্ৰস্ত কৰি তুলিছে আৰু আক্ৰমণৰ ফলত অপ্ৰয়োজনীয়ভাৱে অসামৰিক লোকৰ মৃত্যু হৈছিল।

লগতে পঢ়কঃ গুজৰাটৰ নাও দুৰ্ঘটনাত নিহতৰ সংখ্যা ১৪ জনলৈ বৃদ্ধিঃ সাহায্য ঘোষণা

তেওঁ কয় যে পাঁচ বছৰতকৈ তলৰ বয়সৰ দুগৰাকী ছোৱালী ড্ৰাগছ সৰবৰাহৰ লগত জড়িত হোৱাৰ যুক্তিটো তেনেই অৰ্থহীন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd