• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৃতকৰ শেষকৃত্য অনুষ্ঠানত গুলীচালনা, ৯ শিশুসহ অতি কমেও ১৩ লোকৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2023 4:55 pm
755
VIEWS
Share on FacebookShare on Twitter

আফ্ৰিকা মহাদেশৰ পৰা আহিছে এক নৃশংস ঘটনাৰ বাতৰি। এটি শিশুৰ শেষকৃত্য অনুষ্ঠানত সংঘটিত গুলীচালনাত ৯ শিশুসহ অতি কমেও ১৩ গৰাকী লোকৰ মৃত্যু হৈছে।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি শনিবাৰে নিশা পূৱ ডেম’ক্ৰেটিক ৰিবাপ্লিক অৱ কংগোৰ এজন সেনাই নিজৰ সন্তানৰ শেষকৃত্য অনুষ্ঠানত সমবেত লোকৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰে। সেনা জোৱানজনৰ গুলীচালনাত শেষকৃত্য অনুষ্ঠানত উপস্থিত থকা ৯ টি শিশুৰ লগতে অতি ১৩ লোকৰ মৃত্যু হয়।

দেওবাৰে সেনা আৰু স্থানীয় এজন বিষয়াই জনোৱা মতে, কংগোৰ পূব ইটুৰি প্ৰদেশৰ এলবাৰ্ট হ্ৰদৰ পাৰৰ নিয়াকোভা গাঁৱত সংঘটিত হয় এই গুলীচালনা।

ইটুৰি সেনাৰ মুখপাত্ৰ জুলছ এনগংগোৱে সংবাদ মাধ্যমৰ আগত কয় যে,  “জোৱানজনে তেওঁ সন্তানক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা সকলোৰে ওপৰত গুলীচালনা কৰে। এই গুলীচালনাত এক ডজন লোকৰ মৃত্যু হয়।”

ইফালে এই গুলীচালনা কৰাৰ পাছতে কংগোৰ নৌসেনাৰ জোৱানজনে পলায়ন কৰিছে। ইতিমধ্যে অভিযুক্ত সেনা জোৱানজনক বিচাৰি অভিযান চলোৱা হৈছে বুলিও প্ৰকাশ কৰিছে সেনা সূত্ৰই।।

ইপিনে গাঁৱৰ মুৰব্বী অস্কাৰ বাৰাকা মুগুৱে কয় যে ৯টা শিশুকে ধৰি ১৩জন লোকৰ মৃত্যু হৈছে।

কি কাৰণত সেনা জোৱানজনে হঠাতে গুলীচালনা আৰম্ভ কৰিলে সেয়া স্পষ্ট এতিয়াও জানিব পৰা নাই। গাঁও প্ৰধান মুগুৱাৰ মতে, জোৱানজনে যথেষ্ট চিন্তিত আছিল তেওঁৰ অনুপস্থিতি তেওঁৰ মৃত সন্তানক সমাধিস্থ কৰা হ’ব।

Recent News

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd