• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছিকিমৰ বিধ্বংসী বানত ১৪ জনৰ মৃত্যু, ১০২ জন সন্ধানহীন; আবদ্ধ হৈ পৰিছে ৩ হাজাৰ পৰ্যটক

এন ই নাও  নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 5, 2023 8:00 am
934
VIEWS
Share on FacebookShare on Twitter

হঠাতে হোৱা আৱতৰীয়া বানত বিধ্বস্ত হৈ পৰিছে ছিকিম। ছিকিমৰ এই বিধ্বংসী বানত কমেও ১৪ জন লোকৰ মৃত্যু হৈছে। কমেও ১০২ জন লোক সন্ধানহীন হৈ আছে। ইয়াৰ ভিতৰত আছে ২২ জন সেনা জোৱানো। তীস্তা নদীত অহা আৱতৰীয়া বানৰ বাবে পানীত বুৰ গৈছে দাৰ্জিলিঙৰ পথসমূহো।

বানত বহু লোক আবদ্ধ হৈ আছে ছিকিমত। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি, ছিকিমত আবদ্ধ হৈ আছে প্ৰায় ৩ হাজাৰ পৰ্যটক।

বুধবাৰে পুৱা ছিকিমৰ গ্লেচিয়াৰ লেক লোহনাক হ্ৰদত ডাৱৰ বিস্ফোৰণ ঘটে। যাৰ কাৰণে তীস্তা নদীত আৱতৰীয়া বানৰ আবিৰ্ভাৱ হয়। ছিকিমৰ চুংথাঙত এটা নদীবান্ধ সম্পূৰ্ণৰূপে ভাঙি পৰিছে। অঞ্চলটো প্ৰায় নিঃশেষ হৈ গৈছে। ইতিমধ্যে এই ঘটনাক দুৰ্যোগ ঘোষণা কৰিছে ছিকিম চৰকাৰে।

তিস্তা নদীৰ আৱতৰীয়া বানে আৰু সেনাৰ শিবিৰো উটুৱাই নিয়ে। ইয়াৰ বাবে কেইবাজনো সেনা জোৱান সন্ধানহীন হৈ আছে। ছিকিম চৰকাৰী সূত্ৰৰ মতে, এই বিধ্বংসী বানৰ বাবে ছিকিমৰ ১৪খন দলং সম্পূৰ্ণৰূপে ভাঙি গৈছে।

সেনা জোৱানৰ উপৰিও জোৱানসকলৰ বহু অস্ত্ৰ শস্ত্ৰও নিখোজ হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, সেনা জোৱানৰ ১৭টা ইনছাছ আৰু ৩১টা মেচিনগানৰ সন্ধান পোৱা হোৱা নাই। কেইবাখনো সেনাবাহিনীৰ গাড়ীও এই বিধ্বংসী বানে উটুৱাই লৈ গৈছে।

তীস্তাৰ আৱতৰীয়া বানত ১০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এক বৃহৎ অংশ ভাঙি পৰিছে। ইতিমধ্যে তীস্তাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। বুধবাৰে পুৱা ২৩ জন জোৱান নিৰুদ্দেশ হৈছিল যদিও পিছত এজন জোৱান উদ্ধাৰ হয়। জোৱানজন আহত হৈছে যদিও তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙক ফোন কৰি ছিকিমৰ পৰিস্থিতি সন্দৰ্ভত সকলো সহায়ৰ আশ্বাস দিছে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd