• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৮০০ ভেড়া পঠিয়াই কেনেকৈ চীনক পোতক তুলিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2020 3:39 pm
Atal-Bihari-Vajpayee1-770x433

প্ৰাঃ প্ৰধানন্ত্ৰী অটল বিহাৰী বাজেপয়ী, ফাইল ফ'টো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৬২ চীন-ভাৰতৰ যুদ্ধ অৱসানৰ পিছৰ কথা।

দুই দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কই এটা গতি লাভ কৰিছে। ৰাজনৈতিক আৰু কূটনৈতিকভাৱে ভাৰতে চীনৰ ওচৰত পূৰ্বতকৈ পৰিপক্ক হৈ উঠিছে প্ৰধানমন্ত্ৰী নেহৰুৰ চেষ্টাত।

নেহৰুৰ মৃত্যুৰ পিছত লালবাহাদুৰ শাস্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ল। শাস্ত্ৰী প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰায় এবছৰ মানৰ পিছত ১৯৬৫ চনত বেইজিঙে দিল্লীক ভাৰতীয় সেনা বাহিনীয়ে চীনৰ ভেড়া ছাগলী চুৰি কৰাৰ অভিযোগ দাখিল কৰিলে।

লালবাদুৰ শাস্ত্ৰী অতি নীতি নিষ্ঠ প্ৰধানমন্ত্ৰী। ইফালে অটল বিহাৰী বাজপেয়ী তেতিয়া জনসংঘৰ অতি সপ্ৰতীভ যুৱ নেতা।

বাজেপয়ীয়ে এখন ট্ৰাকত ৮০০ ভেড়া দিল্লীস্থিত চীনৰ দূতাৱাসলৈ পঠিয়াই ভেড়াৰ পিঠিত লিখিলে, “আমাৰবোৰ খোৱা, কিন্তু যুদ্ধৰ পৰা বিশ্বক বচাই ৰাখা।”

এইদৰেই সেইবাৰ বাজপেয়ীয়ে বেইজিঙক অযথা ছল-ছাতুৰিয়ে যুদ্ধৰ বাবে ভাৰতক প্ৰৰোচিত কৰাৰ উচতি প্ৰত্যুত্তৰ দিছিল।

তাৰ পিছতো বেইজিঙৰ স্বভাৱ সলনি হোৱা নাছিল। ইয়াৰ দুবছৰ পিছত বেইজিঙে পুনৰ ভাৰতীয় সেনা বাহিনীৰ বিৰুদ্ধে ভেড়া চুৰিৰ অভিযোগ তুলিলে।

সেইবাৰ চীনৰ ছিকিমৰ ওপৰত চকু। ছিকিমৰ ৰাজতন্ত্ৰক ভাৰতৰ সমৰ্থন। তেতিয়াও ছিকিম ভাৰতত আনুষ্ঠানিকভাৱে চামিল হোৱা নাই।

আনফালে কাশ্মীৰত ভাৰত-পাক সীমান্তৰ অনুপ্ৰেৱশ সমস্যাত ভাৰাক্ৰান্ত ভাৰত। সেই সুযোগতে চীনে এইবাৰ আকৌ ভাৰতীয় সেনা বাহিনীক চীনৰ ভেড়া চুৰ কৰাৰ অভিযোগ উত্থাপন কৰিলে।

বেজিঙে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ পঠিওৱা পত্ৰত লিখিলে যে, ভাৰতীয় সেনা বাহনীয়ে ৮০০ ভেড়া আৰু ৫৯ টা মেঠোন চীনৰ পৰা চুৰি কৰিছে।

এইবাৰো দিল্লীস্থিত চীনৰ দূতাৱাসলৈ বেইজিঙৰ চতুৰালিক কটাক্ষ কৰি জনসংঘৰ নেতা অটল বিহাৰী বাজপেয়ীয়ে প্ৰেৰণ কৰিলে ৮০০ টা ভেড়া।

বেইজিঙে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি লিখিলে, “বাজপেয়ীয়ে চীনৰ জনগণক অপমান কৰিছে। আৰু তেওঁক ভাৰত চৰকাৰে সহায় কৰিছে।”

ইয়াৰ পত্যুত্তৰত ভাৰতে বেইজিঙক জনাইছিল, “এয়া বেইজিং সম্পৰ্কে এজন মানুহৰ স্বতঃস্ফূৰ্ত আৱেগহে। ইয়াৰ সৈতে ভাৰত চৰকাৰৰ কোনো সংযোগ নাই।”

উল্লেখ্য যে, এসময়ৰ জনসংঘৰ এইজন নেতা, বাজপেয়ীয়ে ভাৰতীয় জনতা পাৰ্টি প্ৰতিষ্ঠা কৰি পৰৱৰ্তী সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ চীন ভ্ৰমণলৈও গৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd