• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গ’মৰ সৈতে অগ’ষ্টন ম’বাইলে অসমত মুকলি কৰিলে আটাইতকৈ ব্যক্তিগত স্মাৰ্ট ফোন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 29, 2019 1:01 pm
6552b833-12a8-425d-b117-69ca96426374
1.1k
VIEWS
Share on FacebookShare on Twitter

চীনৰ বিখ্যাত কনজ্যুমাৰ ইলেকট্রনিক্স আৰু ৰিটেইল কোম্পানি গ’মে অগ’ষ্টন ম’বাইল প্ৰাইভেট লিমিটেডৰ সৈতে অংশীদাৰীত্বৰে গ্ৰাহকৰ বাবে অসমৰ বজাৰত মুকলি কৰিবলৈ লৈ আনিছে আটাইতকৈ নিৰাপদ প্ৰাইভেট স্মার্টফোন।

ভাৰতৰ ম’বাইল ফোনৰ বজাৰত অগ’ষ্টন ম’বাইলে ইতিমধ্যে ২০১৮ চনত মুকলি কৰা ব্ৰেণ্ড ‘টেম্ব’ৰ জৰিয়তে যথেষ্ট সহাঁৰি লাভ কৰিছে। ২০১৮’ বৰ্ষৰ পৰা গ’মে পৰিকল্পনা কৰা অত্যাধুনিক আৰু বিশেষ প্ৰাইভেচী ফীচাৰ থকা এই স্মাৰ্ট ফোনে ম’বাইল ফোনৰ বজাৰত তুমুল পৰিবৰ্তন আনিব বুলি আশা কৰা হৈছে।

গ’মৰ এই স্মাৰ্টফোন পৰ্যায়ক্ৰমে দেশৰ বিভিন্ন ঠাইত ৰিটেইলাৰৰ জৰিয়তে মুকলি কৰা হ’ব।

অগ’ষ্টন ম’বাইল ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ মুখ্য কাৰ্যবাহী সুধীৰ কুমাৰে গ’মৰ সোমবাৰে মুকলি অনুষ্ঠানত কয়- “নতুন প্ৰযুক্তি আৰু নতুন অভিজ্ঞতা সৃষ্টিৰ উদ্দেশ্যৰে আমি অসমত গ’মৰ এই স্মাৰ্ট ফোনটো মুকলি কৰি অত্যন্ত সুখী। সাত ভনীৰ ৰাজ্যৰ সৈতে সংযোগ স্থাপন কৰিবলৈ অসমৰ বজাৰেই আমাৰ বাবে চাবি-কাঠী। গ’মৰ সৈতে আমি বজাৰলৈ আনিছো এই সময়ৰ আটাইতকৈ প্ৰাইভেট স্মাৰ্ট ফোন,  যি কেৱল অদ্বিতীয়ই নহয় অত্যন্ত প্ৰয়োজনীয়ও। গ’ম স্মাৰ্ট ফোনে উদ্যোগ জগতক এক নতুন পৰ্যায়লৈ লৈ যাব।”

২ জিবি আৰু ৩ জিবি ৰেমৰ সৈতে ১৬ জিবি আৰু ৩২ জিবি ষ্টৰে’জৰ সামৰ্থ্যৰে গ’মৰ C7 ন’ট ম’বাইল ফোনটো দুটা ৰূপত উপলব্ধ। গ’মৰ C7ন’ট ফোনটোত আছে ৫.৯৯ ইঞ্চিৰ এইচ ডি ডিছপ্লে’ আৰু ৩৫০০mAh বেটাৰীৰ সামৰ্থ্য। ২.০GHz অক্টা ক’ৰ প্ৰচেছৰৰ গ’মৰ C7ন’ট ম’বাইল ফোনটোৰ ফ্ৰন্টিয়াৰ আৰু বেক কেমেৰাৰ সামৰ্থ্য ১৩+৫ এম পি, লগতে পেন’ৰমা, ব’কেহ ইত্যাদি বিভিন্নভাবে এই ফোনটোৰে ফটো লব পাৰি।

ডুৱেল ৪জি চিমৰ সামৰ্থ্য থকা এই ফোনটোত আছে ৮.১ অৰিয়’ এন্ড্রয়েড অ’এছ। ফেচ আনলক আৰু ফিংগাৰপ্ৰিন্ট আনলকৰ ফীচাৰেৰে সমৃদ্ধ এই ফোনটো ক’লা আৰু সোণালী ৰঙেৰে উপলব্ধ হ’ব। C7ন’ট ফোনটো ৬,৯৯৯/- (২+১৬জিবি) টকাৰ পৰা ৮,৪৯৯/- (৩+৩২জিবি) টকাৰ ভিতৰত দোকানত উপলব্ধ হ’ব।

C7 বাই গ’ম ৫.৪৫ ইঞ্চিৰ স্মাৰ্ট ফোনটোত HD+1080p ৰিচ্যুলেচন আৰু ১৮.৯ এচপেক্ট ৰেচিঅ’ আছে। ১.৫ কোৱাড ক’ৰ প্ৰচেছৰৰ দ্বাৰা পৰিচালিত এই ফোনটোত আছে ২ জিবি ৰেম আৰু ১৬ জিবিৰ মেম’ৰী যাক ৩২ জিবি মেম’ৰীলৈ বিস্তাৰিত কৰিব পাৰে। ১৩+৫ এম পিৰ ফ্ৰন্ট আৰু বেক কেমেৰাৰ C7 ফোনটোত আছে ব’কেহ, পেন’ৰমা ইত্যাদি শ্বুটিং ম’ড।

ডুৱেল ৪জি চিম, ৮.১ অৰিয়’ এন্ড্রয়েড অ’এছ, আৰু ৩০০০mAh বেটাৰীৰ সামৰ্থ্য থকা এই ফোনটোত আছে ফেচ আনলক আৰু ফিংগাৰপ্ৰিন্ট আনলকৰ ফীচাৰ।

গ’মৰ এই ফোন ‘ফেচ মী টেকন’লজীৰে সক্ষম। ব্যক্তিগত ডিভাইচত নিজৰ ফেচ ৰিক’গনেশ্যনৰ জৰিয়তে আপুনি সম্পূর্ণভাৱে অভূতপূৰ্ব প্ৰাইভেচী ৰাখিব পাৰিব। এই ‘ফেচ মী’ টেকন’লজী ফোনটোৰ ফটো গেলেৰী, ইনকামিং ক’ল আৰু নটিফিকেশ্যনৰ লক স্ক্রিণটো প্ৰযোজ্য কৰিব পাৰি।

উল্লেখ্য যে ‘ফেচ মী’ টেকন’লজীয়ে গ’মৰ স্মাৰ্টফোনৰ বিশেষ অ’এছত উত্তম সুৰক্ষা প্ৰদান কৰাৰ বাবে খ্যাত হোৱাৰ ওপৰিও ‘ৰেড ড’ট এৱাৰ্ড ফ’ৰ কমিউনিকেশ্যন ডিজাইন, ২০১৮’ৰ বঁটাও লাভ কৰিছে।

Recent News

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

Googleত নিযুক্তি লাভ শিৱসাগৰৰ কন্যা প্ৰত্যাশা কলিতাৰ

Googleত নিযুক্তি লাভ শিৱসাগৰৰ কন্যা প্ৰত্যাশা কলিতাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd