NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ২০,৫৫০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত

যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ২০,৫৫০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত

ধাৰাবাহিকভাৱে ক’ৰ’নাৰ সংক্ৰমণৰ সংখ্যা কমিছিল যদিও আজি বিগত দিনসমূহৰ তুলনাত আক্ৰান্তৰ সংখ্যা পুনৰ এবাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হয়। আজি স্বাস্থ্য...

ধুবুৰীত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত স্কুটি আৰোহী

ধুবুৰীত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত স্কুটি আৰোহী

মঙলবাৰে নিশা ধুবুৰী জিলাৰ বেলগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী লোকৰ থিতাতে মৃত্যু হয়। পথ দুৰ্ঘটনাটোৰ...

৩১ ডিচেম্বৰৰ পৰিৱৰ্তে ৭ জানুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

৩১ ডিচেম্বৰৰ পৰিৱৰ্তে ৭ জানুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

বৃটেইনৰ পৰা আহিবলগীয়া সকলো ধৰণৰ বিমানৰ সেৱা ৩১ ডিচেম্বৰৰ পৰিৱৰ্তে অহা ৭ জানুৱাৰিলৈকে বাতিল কৰাৰ কথা ঘোষণা কৰে। অসামৰিক বিমান...

আজিৰে পৰা অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা

আজিৰে পৰা অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা

কোভিডৰ বাবে দীৰ্ঘদিনৰ জল্পনা কল্পনাৰ অন্তত আজিৰে পৰা চান্দমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী...

১১ বছৰৰ মূৰত এইগৰাকী বেটছমেনৰ বেটৰ পৰা আহিল দ্বিতীয়টো শতক

১১ বছৰৰ মূৰত এইগৰাকী বেটছমেনৰ বেটৰ পৰা আহিল দ্বিতীয়টো শতক

পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত পাকিস্তানৰ ফাৱাড আলমে শতকীয় ইনিংছ খেলে। দ্বিতীয় ইনিংছত খেলা এই...

গুৱাহাটী মহনগৰীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ

গুৱাহাটী মহনগৰীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ

গুৱাহাটী মহানগৰীৰ যোৰাবাটত মঙবাৰে নিশা তিনিগৰাকী ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ হাতত আটক হয়। গুৱাহাটী মহানগৰ অপৰাধ অনুসন্ধান শাখা আৰু যোৰাবাট আৰক্ষীৰ...

প্ৰতিবাদকাৰী কৃষকৰ সুবিধাৰ্থে সিংঘু সীমান্তত অৰবিন্দ কেজৰিৱালৰ বিনামূলীয়া WiFi

প্ৰতিবাদকাৰী কৃষকৰ সুবিধাৰ্থে সিংঘু সীমান্তত অৰবিন্দ কেজৰিৱালৰ বিনামূলীয়া WiFi

দিল্লীৰ সিংঘু সীমান্তত আন্দোলন কৰি থকা কৃষকসকলৰ সুবিধাৰ বাবে ৱাইফাই হটস্পট স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লীৰ আম আদমি পাৰ্টি চৰকাৰে।...

বিডেনৰ পাছত কমলা হেৰিছেও লাইভ টিভিত গ্ৰহণ কৰিলে ক’ৰ’না ভাইৰাছৰ ভেকচিন

বিডেনৰ পাছত কমলা হেৰিছেও লাইভ টিভিত গ্ৰহণ কৰিলে ক’ৰ’না ভাইৰাছৰ ভেকচিন

সদ্য সমাপ্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা ভাৰতীয় মূলক কমলা হেৰিছে মঙলবাৰে ক’ৰ’না ভাইৰাছৰ ভেকচিন গ্ৰহণ কৰে।...

নতুন ক’ৰ’না ভাইৰাছৰ আতংকৰ বাবে বেইজিঙৰ বহু প্ৰান্তত ল’কডাউন

নতুন ক’ৰ’না ভাইৰাছৰ আতংকৰ বাবে বেইজিঙৰ বহু প্ৰান্তত ল’কডাউন

ব্ৰিটেইনত ধৰা পৰা নতুন ক’ৰ’না ভাইৰাছৰ সংক্ৰমণত সমগ্ৰ বিশ্ব পুনৰ আতংকিত হৈ থকাৰ সময়তে চীনে বেইজিঙৰ কিছু অংশত ল’কডাউন ঘোষণা...

আজি মোদী চৰকাৰ আৰু কৃষকৰ মাজত পুনৰ আলোচনা, ‘নিজৰ স্থিতত অটল কৃষক’

আজি মোদী চৰকাৰ আৰু কৃষকৰ মাজত পুনৰ আলোচনা, ‘নিজৰ স্থিতত অটল কৃষক’

কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা কৃষি আইন কেইখন বাতিলৰ দাবীত দিল্লীৰ সীমান্তত অব্যাহত আছে কৃষকসকলৰ প্ৰতিবাদ। কৃষক বিক্ষোভৰ অন্ত পেলাবলৈ চৰকাৰে...

Page 3047 of 5968 1 3,046 3,047 3,048 5,968

Stay Connected

Recent News