• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী মহনগৰীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 30, 2020 11:00 am

1 min read

গুৱাহাটী মহনগৰীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ
200
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ যোৰাবাটত মঙবাৰে নিশা তিনিগৰাকী ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ হাতত আটক হয়।

গুৱাহাটী মহানগৰ অপৰাধ অনুসন্ধান শাখা আৰু যোৰাবাট আৰক্ষীৰ যুটীয়া অভিযানত ড্ৰাগছ সৰবৰাহকাৰী কেইগৰাকী আটক হয়।

ড্ৰাগছৰ সৈতে আটক হোৱা ব্যক্তি কেইগৰাকী হৈছে ক্ৰমে- মহম্মদ আকবৰ খান, সঞ্জয় গগৈ আৰু মহম্মদ বাদীদূৰ।

আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন তিনিগৰাকীক তদন্ত অব্যাহত ৰাখিছে।

বিশেষ সূত্ৰৰ আধাৰত অভিযানকাৰী দলটোৱে যোৰাবাটৰ ঘনশ্যাম বস্তিৰ এগৰাকী ব্যক্তিৰ বাসগৃহত এই বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

গুৱাহাটী মহানগৰ অপৰাধ অনুসন্ধান শাখা আৰু যোৰাবাট আৰক্ষীয়ে উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৫০ লাখ টকাৰ ওচৰা-উচৰি হ’ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, গুৱহাটী মহানগৰীত ড্ৰাগছৰ অবৈধ বেহা ক্ৰমাৎ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। বিগত সময়ছোৱাত বহু স্থানত আৰক্ষীৰ হাতত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হোৱাৰ লগতে ড্ৰাগছ উদ্ধাৰ হৈছে।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd