NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Donald Trump

ভাৰত-চীন সীমা বিবাদ সম্পৰ্কত চীনক দোষাৰোপ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

ভাৰত আৰু চীনৰ মাজত চলি থকা শেহতীয়া সীমা বিবাদ সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনক জগৰীয়া কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ...

579553-dr new

কঠুৱাত বিএছএফে গুলীয়াই ভূপতিত কৰিলে পাকিস্তানী চোৰাংচোৱাৰ ড্ৰোণ

জম্মু-কাশ্মীৰৰ কঠুৱাৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্তত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ জোৱানে শনিবাৰে পুৱা পাকিস্তানী চোৰাংচোৱাৰ এখন ড্ৰোণ গুলীয়াই ভূপতিত কৰে। বাতৰি অনুসৰি,...

Elephant-1140x570

১১দিনৰ ভিতৰত ৬টাকৈ হাতীৰ মৃত্যু; নজন আই এফ এছ বিষয়াক কৰা হ’ল বদলি

এগৰাকী প্ৰধান মুখ্য বন সংৰক্ষককে (বন্যপ্ৰাণী)ধৰি নজনকৈ ভাৰতীয় বন সেৱাৰ (আই এফ এছ) বিষয়াক শুকুৰবাৰে ছত্তীশগড় চৰকাৰে বদলি কৰিছে। ৰাজ্যখনত...

WHO

কৰ’নাক লৈ WHOৰ নতুন সতৰ্কবাণী; বিপজ্জনক পৰিস্থিতিত উপনীত হৈছে বিশ্ব

কৰ’না সংক্ৰমণৰ ক্ষিপ্ৰতা আৰু বৃদ্ধি পাইছে। এক বিপজ্জনক পৰিস্থিতিত উপনীত হৈছে বিশ্ব। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই কোভিড-১৯ৰ সংক্ৰমণ সম্পৰ্কে নতুন...

theif-759

কোভিড-১৯ ৰোগীৰ ফোন চুৰ কৰি কোৱাৰেন্টাইনত সোমাল চোৰ

চিৰাং জিলাৰ কাজলগাঁও জেএছএছবি হাস্পাতলক আইছ’লেশ্যন ৱাৰ্ডৰ পৰা এগৰাকী কোভিড-১৯ ৰোগীৰ স্মাৰ্টফোন ‘চুৰ’ কৰা এজন ২২ বছৰীয়া যুৱকক আটক কৰি...

IMG-20200423-WA0188-1-750x375

কৰ’নাৰ পৰীক্ষাৰ বাবে ইচ্ছানুসৰি পইচা ল’ব নোৱাৰিব ব্যক্তিগত হাস্পাতালে!

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ মাজতে ব্যক্তিগত হাস্পাতলত ইয়াৰ পৰীক্ষা কৰাটো এটা ডাঙৰ সমস্যা। ব্যক্তিগত হাস্পাতল তথা নাৰ্চিংহ’মত কৰ’নাৰ পৰীক্ষাৰ ফীজ ইমান...

Roposo-Vs-TikTok

ভাৰত-চীন সংঘাতৰ মাজতে TikTokৰ সৈতে সন্মুখ সমৰত স্বদেশী এপ Roposo!

সীমান্তত চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে ভাৰতত সৃষ্টি হোৱা জনৰোষৰ ফলত চীনৰ সামগ্ৰী বৰ্জনৰ দাবী ক্ৰমাৎ শক্তিশালী হৈ উঠিছে। ইয়াৰ মাজতে, জনপ্ৰিয়...

Story-11-9-1140x570

হাইলাকান্দিত কোৱাৰেন্টাইন চেন্টাৰৰ পৰা ওলাই যোৱা দুজন আৱাসীক কৰায়ত্ত কৰিলে আৰক্ষীয়ে

হাইলাকান্দিৰ চৰকাৰী ভিএমএইচএছ স্কুলত থকা কোৱাৰেন্টাইন চেন্টাৰৰ পৰা পলায়ন কৰা দুজন আৱাসীৰ বিৰুদ্ধে হাইলাকান্দি সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল...

IMG-20200619-WA0004

শিৱসাগৰত বিভিন্ন কাম-কাজ, অসম-নাগালেণ্ড সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰিলে মুখ্য মন্ত্ৰীয়ে

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে শিৱসাগৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এক বৈঠকত শিৱসাগৰ জিলা প্ৰশাসনে ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে...

Jyotiraditya Scindia

মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়া

মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে বিজেপিৰ নেতা জ্যোতিৰাদিত্য সিন্ধিয়া। শুকুৰবাৰে জ্যোতিৰাদিত্য সিন্ধিয়া ৰাজ্যসভালৈ নিৰ্বাচিত হয়। জ্যোতিৰাদিত্য সিদ্ধিয়াৰ লগতে বিজেপিৰ চুমেৰ...

Page 3521 of 5901 1 3,520 3,521 3,522 5,901

Stay Connected

Recent News