• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰত-চীন সীমা বিবাদ সম্পৰ্কত চীনক দোষাৰোপ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 20, 2020 1:03 pm

1 min read

Donald Trump
43k
VIEWS
Share on FacebookShare on Twitter

ভাৰত আৰু চীনৰ মাজত চলি থকা শেহতীয়া সীমা বিবাদ সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনক জগৰীয়া কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চ পৰ্যায়ৰ বিষয়া সকলে বেইজিঙকলৈ আগ্ৰাসী হৈ পৰাৰ সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্পে চুবুৰীয়া দেশৰ সৈতে অব্যাহচত থকা বিবাদক সন্দৰ্ভত চীনক কঠোৰ সমালোচনা কৰে।

চীনৰ আগ্ৰাসী নীতি আৰু ভৌগলিক অধিকাৰ নীতিয়ে সকলো দেশলৈ ভাবুকি কঢ়িয়াই আনিছে বুলিও ট্ৰাম্পে লগতে কয়।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে লাডাখৰ গলৱান উপত্যকাত চীনা সৈন্যই পৰিকল্পিতভাৱে আক্ৰমণ কৰি ভাৰতৰ ২০ গৰাকী সেনা জোৱানক হত্যা কৰিছিল।

চীনৰ এনে বৰ্বৰ কাৰ্য্যৰ পাছতে ভাৰতে চীনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰি কোনো কাৰণতে ভাৰতৰ ভূমি কোনো দেশক এৰি দিয়া নহ’ব আৰু ভাৰতীয় সেনা বাহিনীক ব্যৱস্থা গ্ৰহণৰ বাবে খোলা হাত দি থৈ দিয়া হৈছে বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰই চীনৰ প্ৰতি সমালোচনা অব্যাহত ৰাখিছে।

Recent News

20201207_1907131-750x376

স্বার্থ, ভোট বিভাজন ৰোধ : নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজলৰ দলৰ তিনি শীৰ্ষ নেতাই!

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

UPPL

য়ুপিপিএলৰ পাভ লুটি! : দুৰ্নীতি পৰায়ণ বুলি গোচৰ তৰি ৰঙা দলিচাৰে আদৰিলে অভিযুক্ত ঠিকাদাৰক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd