NE NOW NEWS

NE NOW NEWS

কালিখ’ পুলৰ মৃত্যুৰ তদন্ত দাবী কৰিলে আন্না হাজাৰে

কালিখ’ পুলৰ মৃত্যুৰ তদন্ত দাবী কৰিলে আন্না হাজাৰে

দেশৰ বিশিষ্ট সামাজিক কৰ্মী আন্না হাজাৰেই প্ৰাক্তন মুখ্যমন্ত্ৰী কালিখ’ পুলৰ মৃত্যুৰ বিষয়টোক অৱজ্ঞা কৰাৰ বাবে অৰুণাচল চৰকাৰক সমালোচনা কৰিছে। শনিবাৰে...

যিকোনো সময়তে নিজকে দেশৰ বাবে উৎসৰ্গা কৰিবলৈ সাজু থাকিব লাগে: এন বিৰেন সিঙ

যিকোনো সময়তে নিজকে দেশৰ বাবে উৎসৰ্গা কৰিবলৈ সাজু থাকিব লাগে: এন বিৰেন সিঙ

১৯৭১ চনত ভাৰত-পাকিস্তানৰ মাজত হোৱা যুদ্ধৰ ফলত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিক সকলক বিজয় দিৱস উপলক্ষে শনিবাৰে ভাৰতবৰ্ষৰ লগতে মণিপুৰ...

জাপান আৰু ভূটানে চাৰিটা বৃহৎ প্ৰকল্পৰ চুক্তিত স্বাক্ষৰ কৰিব

জাপান আৰু ভূটানে চাৰিটা বৃহৎ প্ৰকল্পৰ চুক্তিত স্বাক্ষৰ কৰিব

জাপানে শীঘ্ৰেই ভূটানক চাৰিটা উন্নয়নমূলক প্ৰকল্পৰ বাবে ১,০০৪ মিলিয়ন য়েনৰ অনুদান সাহায্য আগবঢ়াব। হিমালয়ৰ পাদদেশত অৱস্থিত এই সাম্ৰাজ্যখনৰ টেলিকম সেৱা...

নলবাৰী জিলাৰ বালিকুছিত শোকাৱহ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৬ জনকৈ লোক নিহত

নলবাৰী জিলাৰ বালিকুছিত শোকাৱহ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৬ জনকৈ লোক নিহত

নলবাৰী জিলাৰ বালিকুছিত শণিবাৰে সন্ধিয়া এক ভয়াবহ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৬ জনকৈ লোক নিহত হয়। বালিতাৰাৰ পৰা  এখন এল্ট’...

শিৱসাগৰৰ দীঘলিহাবিত বন্যহস্তীয়ে ভাঙিলে দুটাকৈ বাসগৃহ

শিৱসাগৰৰ দীঘলিহাবিত বন্যহস্তীয়ে ভাঙিলে দুটাকৈ বাসগৃহ

শিৱসাগৰ ৰাজহ চক্ৰ তথা শিৱসাগৰ বন সংমণ্ডল কাৰ্যালয়ৰ অধীনৰ শান্তিপুৰ গাওঁ পঞ্চায়তৰ দীঘলিহাবি গাওঁত বন্যহস্তীয়ে শুকুৰবাৰে দুটা বাসগৃহ ভাঙি চুৰমাৰ...

নতুন দিল্লীত নাগৰিকত্ব সংশোধনী বিল ২০১৬ ৰ বিৰোধিতা আলফাৰ

নতুন দিল্লীত নাগৰিকত্ব সংশোধনী বিল ২০১৬ ৰ বিৰোধিতা আলফাৰ

আলোচনাপন্থী আলফাই আজি এটা স্পষ্ট স্থিতি প্ৰদৰ্শন কৰি কয় যে তেওঁলোক নাগৰিক সংশোধনী বিধেয়কৰ বিৰোধী। ‘আমি অসমৰ জনসাধাৰণৰ সৈতে আছো।...

তেজপুৰত পথ মেৰামতিত বিত্তীয় খেলিমেলিৰ অভিযোগ স্থানীয় ৰাইজৰ

তেজপুৰত পথ মেৰামতিত বিত্তীয় খেলিমেলিৰ অভিযোগ স্থানীয় ৰাইজৰ

শোণিতপুৰ জিলাৰ তেজপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ইণ্ডিৰা নগৰ গাঁৱৰ ৰাস্তাৰ মেৰামতিৰ বাবে আবণ্টন কৰা ধনৰ বিত্তীয় খেলিমেলিয়ে অঞ্চলটোৰ আবাসী সকলৰ...

নাগৰিকত্ব আইন সংশোধনী বিল আনিলে অসমৰ পৰিস্থিতি অগ্নিগৰ্ভ হ’ব : হীৰেন গোহাঁই

নাগৰিকত্ব আইন সংশোধনী বিল আনিলে অসমৰ পৰিস্থিতি অগ্নিগৰ্ভ হ’ব : হীৰেন গোহাঁই

‘অসমৰ মানুহৰ কথা সমূলি অৱজ্ঞা কৰি নাগৰিকত্ব আইন সংশোধনী বিল ২০১৬ আনিলে অসমৰ পৰিস্থিতি অগ্নিগৰ্ভ হ’ব।‘ এই কথা আজি এখন...

মেঘালয়ত মোদীৰ নিৰ্বাচনী ডংকা : মুকুল চাংমা নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰক কঠোৰ সমালোচনা

মেঘালয়ত মোদীৰ নিৰ্বাচনী ডংকা : মুকুল চাংমা নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰক কঠোৰ সমালোচনা

নিৰ্বাচন অভিমুখী মেঘালয়ত আজি উপস্থিত হোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেঘালয়বাসীলৈ উন্নয়নমূলক আঁচনিৰ টোপোলা উপহাৰ দিয়াৰ লগতে নিৰ্বাচনী সভাতো অংশ...

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই অহা ২০, ২১, ২২ আৰু ২৩ ডিচেম্বৰত বন্ধ ৰাখিব গ্ৰন্থ বিপণি

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই অহা ২০, ২১, ২২ আৰু ২৩ ডিচেম্বৰত বন্ধ ৰাখিব গ্ৰন্থ বিপণি

অসম চৰকাৰে স্নাতকোত্তৰ শ্ৰেণীলৈকে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ যি সিদ্ধান্ত লৈছে তাৰ প্ৰতিবাদত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই...

Page 5721 of 5776 1 5,720 5,721 5,722 5,776

Recent News