• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2025 9:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৌশলী স্থিতি আৰু পৰিকল্পনাৰ বাবেই এপিএছচি ৰ ৫২ গৰাকী বৰ্খাস্ত বিষয়াই পুনৰ চাকৰিত মকৰলৰ সুযোগ লাভ কৰিলে। উচ্চ ন্যায়ালয়ে কালি এক নিৰ্দেশযোগে পূৰ্বৰ এজনীয়া বিচাৰপীঠৰ ৰায়দান আংশিকভাৱে খাৰিজ কৰি এইসকল বৰ্খাস্ত বিষয়াক পুনৰ চাকৰিত মকৰলৰ নিৰ্দেশ দিয়ে।

প্ৰকৃততে খণ্ড বিচাৰপীঠৰ সমূখত চৰকাৰী পক্ষৰ পৰা সবল আৰু সঠিক ৰণনীতিৰ অভাৱৰ বাবে এইসকল বিষয়াই পুনৰ চাকৰি ঘুৰাই পোৱাৰ পথ প্ৰশস্ত হোৱা বুলি অভিযোগ উঠিছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন চমুকৈ ডি ৱাই এফ‌ আইৰ অসম ৰাজ্যিক কমিটিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াৰ বাবে প্ৰত্যক্ষভাৱে জগৰীয়া বুলি অভিহিত কৰিছে। ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন দীৰ্ঘদিন ৰাজহুৱা নকৰি তদন্তৰ আৰম্ভণিৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে এইসকল বিষয়াক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰি আহিছে। এক ন্যায়িক তদন্ত চলি থকাৰ পিছতো নিজাববীয়াকৈ, নিজস্ব পচন্দৰ ব্যক্তিৰে এছ আই টি গঠন কৰি মুখ্যমন্ত্ৰীগৰাকী তদন্ত লেহেমীয়া কৰিবলৈ আৰু বিপথে নিবলৈ চেষ্টা কৰিছিল।

Apply Now

তাৎপৰ্যপূৰ্ণ কথা হ‘ল প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ২০১৩ বৰ্ষৰ পৰীক্ষা সম্পূৰ্ণ বাতিল কৰা আৰু ২০১৪ বৰ্ষৰ পৰীক্ষাৰ আৰু অধিক অধ্যয়নৰ বাবে দিয়া পৰামৰ্শ কাৰ্যকাৰী কৰাৰ কোনো উদ্যোগ ন‘ললে।পৰৱৰ্তী সময়ত ডি ৱাই এফ আই আৰু অন্যান্য সংগঠনসমূহৰ আন্দোলন আৰু প্ৰতিৰোধৰ ওচৰত সেও মানি ৫২ গৰাকী বিষয়াক বৰ্খাস্ত কৰিবলৈ বাধ্য হৈছিল যদিও তেওঁলোকৰ পুনৰ আবেদনৰ শুনানিত চৰকাৰী অধিবক্তাই দুৰ্বল স্থিতি গ্ৰহণ কৰাৰ বাবে বিষয়াসকলে পুনৰ চাকৰিত যোগদানৰ সুযোগ লাভ কৰিলে বুলি চৰ্চিত হৈছে।

আদালতৰ ৰায়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশ্বৰ্য প্ৰকাশ কৰিছে যদিও তেখেতৰ নিৰ্দেশতে চৰকাৰী অধিবক্তাই দুৰ্বল স্থিতি গ্ৰহণ কৰা বুলি ডি ৱাই এফ‌ আইয়ে মত পোষণ কৰিছে। দুৰ্নীতিৰে বাছনিকৃত এইসকল বিষয়া পুনৰ চাকৰিত মকৰল হ‘লে ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থা পংগু হৈ পৰাৰ লগতে এপিএছচি কে ধৰি অন্যান্য পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা হাজাৰ হাজাৰ মেধাৱী যুৱক-যুৱতীক হতাশ কৰি তুলিব। এই দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডি ৱাই এফ‌ আইয়ে উত্থাপন কৰিছে আৰু উচ্চতম ন্যায়ালয়ত আবেদনৰ জৰিয়তে বিষয়াসকলৰ বৰ্খাস্তকৰণৰ নিৰ্দেশ বাহাল ৰখাৰ বাবে আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd