NE NOW NEWS

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

অনিমা গুহ গুৰুতৰভাৱে অসুস্থ

অনিমা গুহ গুৰুতৰভাৱে অসুস্থ

অসমৰ এগৰাকী সুলেখিকা, অশীতিপৰ অনিমা গুহ গুৰুতৰভাৱে অসুস্থ হোৱাৰ বাতৰি পোৱা গৈছে। সম্প্ৰতি গুৱাহাটীৰ আৰ্য হস্পিটেলৰ আই চি য়ুত লেখিকাগৰাকীক...

মহিলা যাত্ৰীক দুৰ্ব্যৱহাৰ কৰা বাবে ইণ্ডিগ’ৰ দুজন কৰ্মচাৰীক নিলম্বন

মহিলা যাত্ৰীক দুৰ্ব্যৱহাৰ কৰা বাবে ইণ্ডিগ’ৰ দুজন কৰ্মচাৰীক নিলম্বন

এটা লজ্জাজনক ঘটনাৰ প্ৰতিকাৰমূলক ব্যৱস্থা হিচাপে বিমানসেৱা প্ৰতিষ্ঠান ইণ্ডিগ’ই বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত কৰ্মৰত তেওঁলোকৰ দুজন কৰ্মচাৰীক...

ঢাকা-গুৱাহাটীৰ মাজত বিমানসেৱা আৰম্ভ কৰিবলৈ বাংলাদেশৰ অসামৰিক পৰিবহণ মন্ত্ৰীক সৰ্বানন্দ সোণোৱালৰ প্ৰস্তাৱ

ঢাকা-গুৱাহাটীৰ মাজত বিমানসেৱা আৰম্ভ কৰিবলৈ বাংলাদেশৰ অসামৰিক পৰিবহণ মন্ত্ৰীক সৰ্বানন্দ সোণোৱালৰ প্ৰস্তাৱ

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাংলাদেশৰ অসামৰিক পৰিবহণ মন্ত্ৰী ৰছিদ খান মেননক অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ লগতে ব্যৱসায়-বাণিজ্যৰ উন্নয়নৰ বাবে ঢাকা-গুৱাহাটীৰ মাজত...

তিনিচুকীয়াৰ জাগুনত বাছৰ পৰা বিস্ফোৰক জব্দ

তিনিচুকীয়াৰ জাগুনত বাছৰ পৰা বিস্ফোৰক জব্দ

তিনিচুকীয়া জিলাৰ জাগুনত আজি সেনা আৰু অসম আৰক্ষীৰ এটা দলে যুটীয়া অভিযানত অৰুণাচল প্ৰদেশৰ মেওৰ পৰা অসমৰ জাগুনলৈ অহা এখন...

ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্সাৰ ৰোগ পাপৰ ফল বুলি কোৱাটো দুৰ্ভাগ্যজনক : দেৱব্ৰত শইকীয়া

ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্সাৰ ৰোগ পাপৰ ফল বুলি কোৱাটো দুৰ্ভাগ্যজনক : দেৱব্ৰত শইকীয়া

'পাপৰ ফলত কেন্সাৰ হয় বুলি হিমন্ত বিশ্বই কৰা মন্তব্য দুৰ্ভাগ্যজনক আৰু হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্যই প্ৰতিজন কেন্সাৰ ৰোগীকে মনত...

লখিমপুৰত বনবিভাগৰ অকৰ্মণ্যতাৰ বাবেই নলাত পৰি বনৰীয়া হাতীৰ মৃত্যু

লখিমপুৰত বনবিভাগৰ অকৰ্মণ্যতাৰ বাবেই নলাত পৰি বনৰীয়া হাতীৰ মৃত্যু

বিগত ক্ৰমাগত তিনিটা দিনত বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনা ঘটি থকাৰ পিছত আজি ক্ৰমাগত চতুৰ্থ দিনৰ বাবে বন বিভাগৰ গাফিলতিত আন...

APSC

অসম লোকসেৱা আয়োগৰ তদন্তৰ আওতালৈ দালালবোৰকো অনা হ’ব : আৰক্ষী

১৪ গৰাকীকৈ এ চি এছ, এ পি এছ বিষয়াক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত অসম আৰক্ষীয়ে এইবাৰ অসম লোকসেৱা আয়োগৰ...

বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ দাবীত টীয়কত আছু আৰু অসমসেনাৰ প্ৰতিবাদ

বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ দাবীত টীয়কত আছু আৰু অসমসেনাৰ প্ৰতিবাদ

যোৰহাটৰ টীয়ক অঞ্চলত দীৰ্ঘদিনৰ পৰা চলি অহা বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ দাবীত আজি আছু আৰু অসম সেনাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ...

Page 5915 of 5920 1 5,914 5,915 5,916 5,920

Stay Connected

Recent News